Jamunamukh Times

  • Home
  • Jamunamukh Times

Jamunamukh Times For any kind of news which are of real, true do contact us.

03/07/2024

যমুনামুখ - সৰুপথাৰ সংযোগী পথ বানপানীৰ কবলত।

flood 3.0

পশ্চিম বংগৰ দাৰ্জিলিং জিলাত মালগাড়ী আৰু ছিয়ালদাহ অভিমুখী কাঞ্চনজংগা এক্সপ্ৰেছৰ সংগৰ্ষ । এই পৰ্যন্ত ১৫ জন যাত্ৰীৰ মৃত্য...
17/06/2024

পশ্চিম বংগৰ দাৰ্জিলিং জিলাত মালগাড়ী আৰু ছিয়ালদাহ অভিমুখী কাঞ্চনজংগা এক্সপ্ৰেছৰ সংগৰ্ষ । এই পৰ্যন্ত ১৫ জন যাত্ৰীৰ মৃত্যু, আহত ৬০ জন যাত্ৰী ।

ৰেল যাত্ৰীৰ সুবিধাৰ্থে অহা কালিৰ পৰা অৰ্থাৎ ১৬/০৬/২০২৪ তাৰিখৰ পৰা আলিপুৰৰ্দুৱাৰ জং - লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলগাড়...
15/06/2024

ৰেল যাত্ৰীৰ সুবিধাৰ্থে অহা কালিৰ পৰা অৰ্থাৎ ১৬/০৬/২০২৪ তাৰিখৰ পৰা আলিপুৰৰ্দুৱাৰ জং - লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলগাড়ীখন লামডিংৰ পৰিৱৰ্তে মৰিয়নি জং পৰ্যন্ত চলাচল কৰিব।

Alipurduar - Lumding Intercity Express extended upto Mariani for the benefit of passengers

Northeast Frontier Railway

ডবকা টোল গেটত মাৰপিটৰ ঘটনাত জঢ়িত তিনি টোল কৰ্মচাৰী জেললৈ প্ৰেৰন। জেললৈ প্ৰেৰন কৰা তিনিজন কৰ্মচাৰী ক্ৰমে ৰাজস্থানৰ মহেন্...
03/06/2024

ডবকা টোল গেটত মাৰপিটৰ ঘটনাত জঢ়িত তিনি টোল কৰ্মচাৰী জেললৈ প্ৰেৰন। জেললৈ প্ৰেৰন কৰা তিনিজন কৰ্মচাৰী ক্ৰমে ৰাজস্থানৰ মহেন্দ্ৰ কুমাৰ,পশ্চিম বংগৰ ৰহন নায়ক আৰু ডবকাৰ ইয়াহহিয়া আলম।

03/06/2024

ডবকা টোলগেটত পুনৰ গুণ্ডাগিৰী। গাড়ী চালকক প্ৰহাৰ বহুকেইজন টোলগেট কৰ্মচাৰীৰ।

31/05/2024

যমুনামুখৰ পৰা বকুলগুৰি হৈ কাৰ্বি আংলং লৈ যোৱা ৰাস্তাৰ দৃশ্য।

এন এফ ৰেলৱেৰ যমুনামুখ আৰু যোগীজান ষ্টেচনৰ মাজৰ অংশত পানীৰ উচ্চ মাত্ৰাৰ বাবে তলত উল্লেখ কৰা ৰেলগাড়ী সমূহ শ্বৰ্ট টাৰ্মিনে...
31/05/2024

এন এফ ৰেলৱেৰ যমুনামুখ আৰু যোগীজান ষ্টেচনৰ মাজৰ অংশত পানীৰ উচ্চ মাত্ৰাৰ বাবে তলত উল্লেখ কৰা ৰেলগাড়ী সমূহ শ্বৰ্ট টাৰ্মিনেটেড ও বাতিল কৰা হৈছে। লগতে নূন্যতম গতি ঘণ্টাত ১৫ কিলোমিটাৰলৈকে সীমিত কৰা হৈছে।

31/05/2024

যমুনামুখ-সৰুপথাৰ সংযোগী মূল গড়কাপ্তানী পথৰ দৃশ্য।

30/05/2024

যমুনামুখ এৰা কপিলী (ইছলাম পেট্টী, মালজাৰিত) যমুনা নৈৰ মথাউৰি চিঙি হুৰাহুৰে সোমাইছে পানী। ৰাতিটোৰ ভিতৰত যমুনামুখ চহৰত পানী সোমোৱাৰ আশংকা কৰা হৈছে।

30/05/2024

যমুনামুখৰ পৰা হায়ং গাওঁ হৈ হোজাই সংযোগী পথৰ উপৰৰে বাগৰিছে পানী। যমুনামুখৰ চৌপাশৰ প্ৰায় সংখ্যক অঞ্চল এতিয়া বানপানীৰ কবলত ।

30/05/2024

যমুনামুখ পটিয়াপামৰ দৃশ্য।

Address


Website

Alerts

Be the first to know and let us send you an email when Jamunamukh Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share