Asom khobor

Asom khobor Assamese Digital News || Magazine || & News Portal || GHY-3 ASOM KHOBOR is a platform which will enable fearless discussions and ensuring proper presentation.

ASOM KHOBOR is An Assamese and English & Regional news website.The Portal has been started from the Month of 2018 and work is in Progress for Releasing it amongst the readers. ASOM KOBOR is all set to work towards enriching good journalism.People at large always aspire for variety of news. We’re impartial and independent, and every day we create distinctive, world-class programmes and content whic

h inform, educate and entertain people. We shall strive towards righteous, value added news which not only promotes impartiality and transparency but also ensures fair play.Besides focusing on news the portal will emphasize on intellectual developments like publishing of journals, magazines. The portal will contribute towards highlighting news and articles for creating awareness amongst people thus breaking the Mundanities of everyday life. www.news.asomkhobor.com
www.asomkhobor.com
YouTube_ASOM KHOBOR
Twitter_@asomkhobor
share Chat_ Asom khobor
LinkedIn_Asom Khobor Digital_News_Magazine
Pinterest_Asomk Khobor
Tumblr_Asomkhobor
Facebook_Asomkhobor
Contact Email- [email protected]
Official Email- [email protected]
�Assamese Digital News || Magazine || & News Portal || GHY-3
Support Media Partnership@ digpu.com
GST 18BRSPD8872M1ZS

তেজপুৰ শালনিবাৰী সশস্ত্ৰ সীমা বল চিকিৎসালয়ত শিশুৰ সফল অস্ত্ৰোপচাৰ ::  তেজপুৰ  ৭জুলাই :তেজপুৰ শালনিবাৰী এছ এছ বি বিদ্যালয়...
08/07/2025

তেজপুৰ শালনিবাৰী সশস্ত্ৰ সীমা বল চিকিৎসালয়ত শিশুৰ সফল অস্ত্ৰোপচাৰ ::

তেজপুৰ ৭জুলাই :

তেজপুৰ শালনিবাৰী
এছ এছ বি বিদ্যালয়ত পঢ়ি থকা এজনী চাৰি বছৰীয়া ছাত্ৰী
সোমবাৰে হঠাৎ এক দুৰ্ঘটনাৰ সংঘটিত হৈ এটা আঙুলি ছিঙি যায়। ইফালে ততাতৈয়াকৈ অভিভাৱকে তেজপুৰ শালনিবাৰীত অৱস্থিত এছ এছ বিৰ CAPF হস্পিতালত ভৰ্তি কৰাই।
জানিব পৰা মতে দুৰ্ঘটনা আঘাত পোৱা ছাত্ৰী গৰাকী
প্ৰাক প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা কুমল ঠাকুৰ বুলি জানিব পৰা গৈছে।
ইফালে ছাত্ৰী গৰাকীক এছ এছ বি CAPF হাস্পতাল ভৰ্তি কৰোৱা লগে লগে বিশেষ জৰুৰী কালি সেৱা প্ৰদান কৰে হস্পিতালৰ কৰ্মচাৰীয়ে
। বিশেষকৈ ছাত্ৰী গৰাকী স্কুলত খেলি থকাৰ সময়ত সোঁহাতৰ মাজৰ আঙুলিৰ সম্পূৰ্ণ ভাৱে আঘাত পোৱা লগতে ৯০ শতাংশ আঙুলিটো ছিঙি যায় । ঘটনাটোৰ সংঘটিত হোৱা সময়ত ছাত্ৰী গৰাকীয়ে আন আন ছাত্র ছাত্ৰী সকলৰ সৈতে খেলি ধেমালি কৰি
থাকোঁতে আঙুলিটো দৰ্জাৰ ফাকত সোমাই চেপা খাই ৰৈ যায়।
ততাতৈয়াকৈ অভিভাৱক শিক্ষকে এছ এছ বিৰ CAPF হস্পিতালৰ জৰুৰীকালীন সেৱাত ভৰ্তি কৰাই যদিও বিয়লি সময়ত চিকিৎসালয় খনৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ জলেশ্বৰ ছাকমা,ডাক্তৰ নিখিল প্ৰশানৰ নেতৃত্বত এটা দলে শিশুটিক এক অস্ত্ৰোপ্ৰচাৰ কৰি সুস্থ কৰি তোলে।

টিহু কলেজৰ অধ্যক্ষৰ চকীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বহাক লৈ চলিছে বিতৰ্ক!
05/07/2025

টিহু কলেজৰ অধ্যক্ষৰ চকীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বহাক লৈ চলিছে বিতৰ্ক!

01/07/2025

গহপুৰৰ ঘাঁহিগাঁৱত ৰয়েল
একাডেমী ছিনিয়ৰ চেকেণ্ডেৰী স্কুল প্ৰতিষ্ঠা দিৱস উদযাপন। প্ৰতিষ্ঠা দিৱস আৰু অভিনন্দন অনুষ্ঠানত
উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ। অধিবক্তাৰ দীপক শৰ্মাৰ আৰু অসমৰ জনপ্ৰিয় কন্ঠত শিল্পী মহেন্দ্ৰ হাজৰিকা।

27/06/2025

সামাজিক মাধ্যমত ভিডিঅ প্ৰস্তুত কৰা শিৱসাগৰৰ যুৱকক গুৱাহাটীত মাৰপিটৰ ঘটনা।

নিউজ ৰিপৰ্টঃ Porag Borah

কেৱল ফোনযোগে কেৰিয়াৰ পৰামৰ্শ আগবঢ়োৱাৰ কাৰণ -ড° বুলজিৎ বুঢ়াগোহাঁইhttps://news.asomkhobor.com/?p=14933
27/06/2025

কেৱল ফোনযোগে কেৰিয়াৰ পৰামৰ্শ আগবঢ়োৱাৰ কাৰণ -ড° বুলজিৎ বুঢ়াগোহাঁই
https://news.asomkhobor.com/?p=14933

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন https://news.asomkhobor.com/?p=149...
27/06/2025

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন https://news.asomkhobor.com/?p=14922

কি লাইনত পঢ়িলে সোনকালে অধিক দৰমহাৰ চাকৰি পোৱা যাব? https://news.asomkhobor.com/?p=14921
27/06/2025

কি লাইনত পঢ়িলে সোনকালে অধিক দৰমহাৰ চাকৰি পোৱা যাব?
https://news.asomkhobor.com/?p=14921

ASSAM RIFLES ORGANISED FRIENDLY FOOTBALL MATCH WITH LOCALSAsom khobor:-On 26 Jun 2025, Assam Rifles organised a friendly...
27/06/2025

ASSAM RIFLES ORGANISED FRIENDLY FOOTBALL MATCH WITH LOCALS

Asom khobor:-On 26 Jun 2025, Assam Rifles organised a friendly football match with the local community at the Football Ground, Lokra. The match was played between Boroline Women Football Team and DGAR Women Football Team, showcasing enthusiasm, discipline, and team spirit. The event aimed to promote women empowerment through sports under Perception Management (PXN) and strengthen the bond between locals and security forces. A total of 62 individuals participated in the event, including 04 Officers, 01 JCO, 32 Players, 10 Village pers and 15 personnel of Assam Rifles. The match received an overwhelming response from the local audience and concluded with mutual appreciation and encouragement for the players.

24/06/2025

শিৱসাগৰত বানৰ তাণ্ডৱ

ভাৰতীয় জনতা পাৰ্টিৰ বিশ্বনাথ জিলা উদ্যোগত আয়োজন কৰে আজি বলিদান দিৱসত‌  ।
23/06/2025

ভাৰতীয় জনতা পাৰ্টিৰ বিশ্বনাথ জিলা উদ্যোগত আয়োজন কৰে আজি বলিদান দিৱসত‌ ।

Address


Alerts

Be the first to know and let us send you an email when Asom khobor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Asom khobor:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share