Hunali Assam 24

Hunali Assam 24 প্ৰতিপল আপোনাৰ কাষত
Hunali Assam 24
👉https://www.youtube.com/
(1)

11/08/2025

যোৰহাটত সন্দেহজনক অবৈধ বিদেশী বাংলাদেশী লোক আটক।

11/08/2025

🛑যোৰহাটত নিশা আটক দুটাকৈ গাড়ীৰ বেটাৰী চোৰ।

🛑আঠটা বেটাৰী উদ্ধাৰ।

11/08/2025

পৱিত্ৰ শাওণ মাহৰ শেষৰ সোমবাৰেও শোনিতপুৰৰ ধৰ্মপ্ৰান লোক সকলে পুৱাই ঐতিহাসিক শ্ৰীশ্ৰী মহাভৈৰৱ দেৱালয়ত জনালে সেৱা।

11/08/2025

কলিয়াবৰত আসম বৈদিক-বৈষ্ণৱ মহাসভাৰ কাৰ্যনিৰ্বাহক সভাঃ

11/08/2025

পৰিমল এন্টাৰপ্ৰাইজ ৰ নিবেদন.. "যোদ্ধা... The warrior of life.. ... আহি আছে ছবি গৃহলৈ।

10/08/2025

তিনিচুকীয়া লোহাৰি কছাৰী গাঁৱত স্থাপিত মাদ্ৰাছা উচ্ছেদ।

10/08/2025

পৱিত্ৰ ৰাখী বন্ধন উপলক্ষে ঘিলাধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ঘিলাধাৰী আৰক্ষী থানাত এক মাংগলিক অনুষ্ঠান অনুষ্ঠিত।

আজি পবিত্ৰ ৰাখী পূৰ্ণিমা।।।সকলো লৈকে ৰাখী পূৰ্ণিমাৰ শুভেচ্ছা।
09/08/2025

আজি পবিত্ৰ ৰাখী পূৰ্ণিমা।।।
সকলো লৈকে ৰাখী পূৰ্ণিমাৰ শুভেচ্ছা।

09/08/2025

➡️যোৰহাট নগৰৰ SBI সমীপত অঘটন ।

➡️বিদ্যুতৰ খুটাত উঠি বিদ্যুৎ সংযোগৰ মেৰামতি কৰি থাকোতেই খুটাৰ পৰা সৰি পৰিল কৃষ্ণ বৰা নামৰ এজন ব্যক্তি।

➡️কেমেৰাত বন্দী হ'ল ওপৰৰ পৰা সৰি পৰাৰ ভয়ংকৰ দৃশ্য।

08/08/2025

➡️যোৰহাটত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহন।।

➡️কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু ভ্ৰাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি যোৰহাটৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে।।

অবৈধ হিন্দু বিদেশী ন্যায়ধিকৰণ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ প্ৰদান কৰা নিৰ্দেশনা বাতিলৰ দাবিত মূখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহনেৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন।।

08/08/2025

যোৰহাটৰ আছুৰ অসম চৰকাৰৰ অবৈধ হিন্দু বাংলাদেশী নাগৰিকত্ব গোচৰৰ প্ৰত্যাহাৰ নিৰ্দেশৰ প্ৰতিলিপি দহন।।

08/08/2025

যোৰহাটত এইবাৰ কুকুৰ‌ চুৰ‌ আটক।

Address

Golaghat
785625

Alerts

Be the first to know and let us send you an email when Hunali Assam 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Hunali Assam 24:

Share