The Axomiya Lora

  • Home
  • The Axomiya Lora

The Axomiya Lora I'm Himangshu, a budget traveler from Assam sharing affordable adventures, insider tips, and stunning visuals from off-the-beaten-path destinations.

Let's travel smart and explore the world together. Follow me on
instagram- TheAxoniyaLora

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onb...
24/12/2024

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard! Ranjan Saikia, Gita Borah Roy, Richi Gogoi

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Rajesh Akter, Ranju Moni Baruah, Gokul S...
24/12/2024

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Rajesh Akter, Ranju Moni Baruah, Gokul Saikia

20/12/2024

পিঠিৰ পিছত কিবা কিবি কৈ লাভ নাই।
ইয়াৰ উদাহৰণ ভিক্টৰ দাস।
Rocks the stage in Banglore

20/12/2024
18/12/2024

Practice time of the Alumni Chorus of Kakoi High School.
Lyrics - Nandini Gogoi
Tune - Krishna Kt Swargiary
Himangshu Baruah
Thanx to the all alumni whithout your great participation we can't do this

Let your dream to fly....The one and only the most beautiful monument of Kakoi High School.Thanx to the Alumni
18/12/2024

Let your dream to fly....
The one and only the most beautiful monument of Kakoi High School.
Thanx to the Alumni

17/12/2024

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সফল সমাপ্তি ঘটে। বিভিন্ন বুজাব নোৱাৰা অনুভৱৰ টোপোলা সাঁচি ৰাখিবলৈ সক্ষম হ'লোঁ। বিদ্যালয়খনৰ এজন কৰ্মচাৰী হিচাপে আৰু বিদ্যালয়খনৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপেও মোৰ ক্ষেত্ৰত দুয়োটা অভিজ্ঞতাই হ'ল।
প্ৰাক্তন শিক্ষাৰ্থীৰ সংস্থাৰ দ্বাৰা বিদ্যালয়ৰ নন্দিনী গগৈ বাইদেউক এটি সমবেত গীত লিখাৰ দায়িত্ব দিয়াত তেওঁ সুন্দৰকৈ এই গীতটি লিখে। গীতটিৰ সুৰ মোৰ ( হিমাংশু বৰুৱা )আৰু কৃষ্ণকান্ত স্বৰগীয়াৰী চাৰৰ।ভৱিষ্যতে কেতিয়াবা চাম বুলিয়েই video টো সাঁচি ৰাখিলোঁ।
ইমান সুন্দৰ এটি অনুষ্ঠানৰ সমাপ্তি প্ৰাক্তন শিক্ষাৰ্থী সকলৰ সহযোগত সফল হৈ উঠাৰ বাবে অশেষ ধন্যবাদ। লগতে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ বাদ্যযন্ত্ৰত সহযোগ কৰা চিৰঞ্জিত হাজং, পৱিত্ৰ দোলাকাষৰীয়া, মিঠু কাকতি, ৰাজীৱ সোণোৱাল দালৈ।
The Axomiya Lora Kakoi High School

05/12/2024

এনেকুৱাই হৈ থাকেনে নাগালেণ্ডৰ হৰ্নবিল ফেষ্টিভেল পতা ঠাইখন ?

28/11/2024

এটা নতুন বস্তু বজালো। নামটো হৈছে হেন্দপেন।

28/11/2024

B roll video

অহা ১৪ আৰু ১৫ ডিচেম্বৰত আমাৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠানটি দুদিনী...
27/11/2024

অহা ১৪ আৰু ১৫ ডিচেম্বৰত আমাৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠানটি দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে। তাৰেই ১৪ তাৰিখৰ অন্যতম আকৰ্ষণ হৈছে এই নাটখন " সপোনৰ বাটেৰে " ।
আশা কৰো উক্ত দিনা আপোনালোকৰ এক বিপুল সঁহাৰি পোৱাৰ লগতে একান্ত উপস্থিতি কামনা কৰিলো।

Address


Website

Alerts

Be the first to know and let us send you an email when The Axomiya Lora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share