ABP Assam

ABP Assam দুৰ্নীতিৰ বিৰুদ্ধে সত্য উদঘাটন কৰি সমাজৰ হৈ নিষ্ঠাৰে কাম কৰা আমাৰ লক্ষ।

21/07/2025

19/07/2025

♦️কলসাভাঙা ৰৌখোৱা গাওঁ পঞ্চায়তৰ সদস্য সদস্যা সকলৰ শপত গ্ৰহণ সম্পূৰ্ণ।
♦️ কলসাভাঙা ৰৌখোৱা গাওঁ পঞ্চায়তৰ নৱ নিৰ্বাচিত সদস্যা ৰেজিনা খাতুনক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে ।

19/07/2025

গোৱালপাৰা জিলাৰ এ আই ইউ ডি এফৰ সদস্যা নাছিমা আকতাৰৰ পদ ত্যাগ।

18/07/2025

♦️বকুল পঞ্চায়তৰ উদ্যোগত অনুষ্টিত হোৱা অনুষ্টানত গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতিৰ লগতে ৱাৰ্ড সদস্য-সদস্যাক আদৰণি জনায় লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই।
♦️ইয়াৰ উপৰিও সভাপতি গৰাকীৰ কাৰ্যলয় শুভাৰম্ভ কৰি আনুষ্ঠানিক ভাৱে দায়িত্বভাৰ প্ৰদান কৰে বিধায়ক হাজৰিকাই।

17/07/2025

♦️গোৱালপাৰাৰ কৃষ্ণাই বিদ্যাপাৰাত আৰক্ষীৰ গুলি চালনা।
♦️আতংকিত সাধাৰণ ৰাইজ ।

16/07/2025

♦️শাকতোলা গাওঁ পঞ্চায়তৰ সদস্য সদস্যা সকলৰ শপত গ্ৰহণ সম্পূৰ্ণ।
♦️নৱ নিৰ্বাচিত শাকতোলা গাওঁ পঞ্চায়তৰ নাৰ্জিনা খাতুনক সভানেত্ৰী আৰু আকলিমা খাতুনক উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে ।

16/07/2025

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন গৰুধৰীয়া বিনৈগুটীয়া আঞ্চলিক সমিতিৰ বক্সিং প্ৰতিযোগীতা ব্ৰঞ্জৰ পদক অৰ্জন কৰা প্ৰতিম বৰুৱাক সম্বৰ্ধনা।

15/07/2025

ৰংছাইৰ হাতীশিলা অঞ্চলৰ আনোৱাৰ হুচেইন আৰু আয়জল হকৰ বিৰুদ্ধে ইটাভাটাত কাম কৰা দুখীয়া শ্ৰমিকৰ ৩ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ।

12/07/2025

আজি গোৱালপাৰা পাইকানত উচ্ছেদ স্থলীত AIUDF বিধায়ক সকল আৰু প্ৰতিনিধি দল উপস্থিত হৈ উচ্ছেদৰ বিৰুদ্ধে প্রতিবাদ।

11/07/2025

♦️ড্ৰাগছৰ বিৰুদ্ধে বগুৱান আৰক্ষীৰ অভিযান।
♦️ ঝুনকাইপাৰাত হেৰ'ইন সহ গ্ৰেপ্তাৰ এজনক।

11/07/2025

♦️লক্ষীপুৰ চিনেমাহল চাৰিআলি।
♦️সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক- 9101999785/6003779138

10/07/2025

Address


Alerts

Be the first to know and let us send you an email when ABP Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ABP Assam:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share