Ishan News

Ishan News ISHAN NEWS – Always One Step Ahead of Time… We are proud to announce that we have been a part of the digital media and entertainment industry for almost years.

Since our establishment on 15th August 2019, we have worked tirelessly to build a reputation as a trustworthy news portal. We understand the importance of providing unbiased information to our audience, and we are committed to delivering accurate and reliable news. In an era where digital media is rapidly expanding, we strive to stand out by offering high-quality and creative content. Our team of

professionals has years of experience in the field of digital media, ensuring that we maintain the highest standards of disciplined journalism. We believe that by bringing together a team of experts, we can provide our audience with the most comprehensive and insightful news coverage. Our dedication to excellence has allowed us to gain the trust and loyalty of our ever-growing digital audience. We are grateful for the support we have received and are excited to continue our journey as a leading news portal in the digital media landscape. Thank you for choosing us as your source of news and entertainment. We look forward to serving you with unbiased facts and engaging content for many more years to come.

28/11/2025

♦ গুৱাহাটী বিশ্ববিদ্যালয়ত কেইবাটাও ছাত্ৰ সংগঠনৰ প্রতিবাদী কাৰ্যসূচী।
♦ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ ।

28/11/2025

পৰীক্ষা হলত ছাত্ৰীক অসৎ‌ ব্যৱহাৰৰ অভিযোগ উত্থাপন হোৱা তামুলপুৰ এপিজে আব্দুল কালাম হাইস্কুলৰ শিক্ষক হাইদৰ আলীৰ কেমেৰাৰ সন্মুখত স্পষ্টীকৰণ। শিক্ষকগৰাকীৰ মতে এই অভিযোগ সম্পূৰ্ণৰূপে মিছা।

28/11/2025

ৰাজ্যিক বিজেপি মুখ্য কাৰ্যালয়ত মুখপাত্ৰ মমিনুল আৱালৰ সংবাদমেল।
বহু বিবাহ সম্পৰ্কে সংবাদমেল ।

কামৰূপৰ জোৰশিমুলী আৰক্ষী চকীত কাৰ্যভাৰ গ্ৰহণ কৰিয়েই ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষী বিষয়া অঞ্জন শৰ্মাৰ।ভলুকাবাড়ীত অভিযান...
28/11/2025

কামৰূপৰ জোৰশিমুলী আৰক্ষী চকীত কাৰ্যভাৰ গ্ৰহণ কৰিয়েই ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষী বিষয়া অঞ্জন শৰ্মাৰ।
ভলুকাবাড়ীত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ-মহিমাৰীৰ জাকিৰ হুছেইন আৰু ভলুকাবাড়ীৰ আকবৰ আলী।ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ, বাইক লগতে দুটা ম'বাইল জব্দ ৷

28/11/2025

অসম বিধানসভা অধিবেশনত চাহ জনগোষ্ঠী সকলৰ বাবে এক বৃহৎ উপহাৰ অসম চৰকাৰৰ । চাহ জনগোষ্ঠীৰ বহু প্ৰত্যাশিত মাটিৰ পট্টা প্ৰদান অসম চৰকাৰৰ ।

28/11/2025

পৰীক্ষা হলত ছাত্ৰীক আপত্তিজনক আচৰণ কৰি পলাতক শিক্ষক !উত্তেজিত ৰাইজে ঘেৰাও কৰিলে বিদ্যালয়। তামুলপুৰৰ এপিজে আব্দুল কালাম হাইস্কুলত উত্তপ্ত পৰিস্থিতি।

28/11/2025

মাটিৰ পট্টা প্ৰদান কৰিবলৈ লোৱা সিদ্ধান্তত উৎফুল্লিত তিতাবৰৰ চুঙী চাহ বাগিচাৰ শ্ৰমিকসকল।

28/11/2025

হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ হোজাই জিলা বিজেপি কাৰ্য্যালয়ত সংবাদমেল। বিজেপি অসম প্ৰদেশৰ মুখপাত্ৰ তথা হোজাই জিলা বিজেপিৰ সংবাদ মাধ্যম বিভাগৰ প্ৰভাৰি জাফ্ৰিন মেহজাবিনৰ সংবাদমেল।

28/11/2025

কামৰূপৰ বোৰ্কা মধ্য কামপীঠ মহাবিদ্যালয়ত তলা বন্ধ কাৰ্যসূচী। মহাবিদ্যালয়খনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে ৰূপায়ণ কৰিলে তলা বন্ধ কাৰ্যসূচী।

28/11/2025

খুমটাইৰ শাওতলি চাহ বাগিচাৰ এহাল ৰুগীয়া বৃদ্ধা দম্পতীৰ কৰুণ কাহিনী। দুখন শয্যাত পৰি থাকে দুয়ো। ওচৰ চুবুৰীয়াই আগবঢ়ায় খাদ্য, আগবঢ়াই শুশ্ৰূষা । জীৱনৰ শেষ সময়ত অসহায় হৈ পৰিছে এইহাল স্বামী-স্ত্ৰী।

28/11/2025

📺 বিজেপি সাংবাদিক, নে কংগ্ৰেছী সাংবাদিক?
📺 শাসকৰ পক্ষত স্থিতি কিয়‌ সাংবাদিকৰ?
📺 অপ্ৰিয়, খণ্ড- ১২০

28/11/2025

অসম বিধানসভাৰ শীতকালীন সত্ৰৰ চতুৰ্থ দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Address


Alerts

Be the first to know and let us send you an email when Ishan News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ishan News:

  • Want your business to be the top-listed Media Company?

Share