12/04/2026
গীতানগৰ বিহু তলীত লগ পাম নে?
ITC Sunrise Pure presents *কৃষ্টিৰ মিলন হেতু* 📅 14 - 17 এপ্ৰিল | 📍 গীতানগৰ ফিল্ড
Red FM আৰু গীতানগৰ বিহু হনমিলনীৰ সহযোগত হ'ব অসমীয়া জাতি-জনজাতিৰ কলা-সংস্কৃতিৰ মহামিলন।
তেজপুৰীয়া থেছ্পিয়ান ...17 এপ্ৰিলত বিশেষ আকৰ্ষণ:
বিহু গীত-নৃত্যৰ লগতে চাওক অসমৰ বিভিন্ন জনজাতিৰ কৃষ্টি।
এইবেলি ৰঙালী বিহু আমাৰ লগত উদযাপন কৰক 🙏