ETV Bharat Assam

ETV Bharat Assam ETV Bharat is a video news app that delivers news from your neighbourhood - your state, your city, your district in English and 12 Indian languages.

তিনিখনকৈ মাছাজ পাৰ্লাৰ-চেলুনত শুকুৰবাৰে অসম আৰক্ষীৰ অভিযান। ১৬ গৰাকীকৈ যুৱক-যুৱতীক আটক।
04/07/2025

তিনিখনকৈ মাছাজ পাৰ্লাৰ-চেলুনত শুকুৰবাৰে অসম আৰক্ষীৰ অভিযান। ১৬ গৰাকীকৈ যুৱক-যুৱতীক আটক।

আৰক্ষীৰ অভিযানৰ আগতীয়া খবৰ পাই চেলুনখনৰ সকলোৱে পলায়ন কৰে । ৰিলেক্স ইউনিচেক্স চেলুনৰ স্বত্বাধিকাৰী কোকৰাঝাৰ ওৱা...

কণী উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন এগৰাকী উচ্চ শিক্ষিত যুৱকৰ । কৰ্মসংস্থাপন দিছে থলুৱা নিবনুৱাক ।
04/07/2025

কণী উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন এগৰাকী উচ্চ শিক্ষিত যুৱকৰ । কৰ্মসংস্থাপন দিছে থলুৱা নিবনুৱাক ।

কণী উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন তেজপুৰৰ এইগৰাকী উচ্চ শিক্ষিত যুৱকৰ । কৰ্মসংস্থাপন দিছে থলুৱা নিবনুৱাক ।

অসম ৰাজ্যিক চিৰিয়াখানালৈ গৈছিল এজন ছাত্ৰ ৷ কিন্তু সন্ধিয়ালৈকে কৰ্তৃপক্ষই লাভ কৰা নাছিল ওলাই অহাৰ তথ্য ।
04/07/2025

অসম ৰাজ্যিক চিৰিয়াখানালৈ গৈছিল এজন ছাত্ৰ ৷ কিন্তু সন্ধিয়ালৈকে কৰ্তৃপক্ষই লাভ কৰা নাছিল ওলাই অহাৰ তথ্য ।

অসম ৰাজ্যিক চিৰিয়াখানালৈ গৈছিল এজন ছাত্ৰ ৷ কিন্তু সন্ধিয়ালৈকে কৰ্তৃপক্ষই লাভ কৰা নাছিল ওলাই অহাৰ তথ্য় ।

কেৱল ছ'ফিয়া কুৰেশ্বি আৰু ব্যোমিকা সিঙেই নহয় ৷ ইতিহাস ৰচনা ! এইবাৰ আহিছে আস্থা ৷ এতিয়াৰে পৰা যুঁজাৰু পাইলটতো অন্তৰ্ভূক্ত...
04/07/2025

কেৱল ছ'ফিয়া কুৰেশ্বি আৰু ব্যোমিকা সিঙেই নহয় ৷ ইতিহাস ৰচনা ! এইবাৰ আহিছে আস্থা ৷ এতিয়াৰে পৰা যুঁজাৰু পাইলটতো অন্তৰ্ভূক্ত হ'ল মহিলা ।

কেৱল ছ'ফিয়া কুৰেশ্বি আৰু ব্যোমিকা সিঙেই নহয় ৷ ইতিহাস ৰচনা ! এইবাৰ আহিছে আস্থা ৷ এতিয়াৰে পৰা যুঁজাৰু পাইলটতো অন্তৰ...

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে অসম আৰু মেঘালয়ৰ মাজত সীমা নিৰ্ধাৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ ক...
04/07/2025

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে অসম আৰু মেঘালয়ৰ মাজত সীমা নিৰ্ধাৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰে ।

বুজাবুজিৰ চুক্তিয়ে সাধাৰণ লোক আৰু প্ৰশাসনক বিচাৰ ক্ষমতা সন্দৰ্ভত স্পষ্টভাৱে বুজি উঠাত সহায় কৰিব ৷

ভূমিস্খলনৰ বাবে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ বহু ট্ৰাক চালক । চৰকাৰক সহায়ৰ প্ৰাৰ্থনা ।
04/07/2025

ভূমিস্খলনৰ বাবে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ বহু ট্ৰাক চালক । চৰকাৰক সহায়ৰ প্ৰাৰ্থনা ।

ভূমিস্খলনৰ বাবে ডিমা হাছাওৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ বহু ট্ৰাক চালক । চৰকাৰক সহায়ৰ প্ৰাৰ্থনা ।

১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত ৪ জুলাই অৰ্থাৎ আজিৰ দিনটোতেই কটন কলেজৰ হোষ্টেল চৌহদৰ ভিতৰতেই আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত ৰঞ...
04/07/2025

১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত ৪ জুলাই অৰ্থাৎ আজিৰ দিনটোতেই কটন কলেজৰ হোষ্টেল চৌহদৰ ভিতৰতেই আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত ৰঞ্জিত বৰপূজাৰীয়ে মৃত্যুক আঁকোৱালি লৈছিল ।

সেই স্মৃতি সুঁৱৰি শিয়ৰি উঠিল ৮৪ বছৰীয়া এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তা ৷ আজি ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপ....

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ স্বপ্নভংগ ৷ ৰোহিত-বিৰাটক একেলগে দেখা নাপাব ক্ৰিকেট খেলপথাৰত ৷
04/07/2025

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ স্বপ্নভংগ ৷ ৰোহিত-বিৰাটক একেলগে দেখা নাপাব ক্ৰিকেট খেলপথাৰত ৷

চৰকাৰে বন-পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগত গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্ত বৰ্তমান চর্চাৰ কেন্দ্ৰ হৈ পৰিছে ।

শাৰীৰিক বাধা মনৰ উদ্য়মৰ প্ৰতিবন্ধক হ'ব নোৱোৰে, তাৰেই প্ৰমাণ অসমৰ ৰাকেশ বণিক ।
04/07/2025

শাৰীৰিক বাধা মনৰ উদ্য়মৰ প্ৰতিবন্ধক হ'ব নোৱোৰে, তাৰেই প্ৰমাণ অসমৰ ৰাকেশ বণিক ।

শাৰীৰিক বাধা মনৰ উদ্য়মৰ প্ৰতিবন্ধক হ'ব নোৱোৰে, তাৰেই প্ৰমাণ অসমৰ ৰাকেশ বণিক ।

২০১০ চনত সংঘটিত এক অনাকাংক্ষিত ঘটনাৰ ১৫ টা বছৰৰ পিছত ভুক্তভোগীৰ ন্যায় লাভ কৰাৰ এক কাহিনীৰে আমাৰ এই প্ৰতিবেদন ।https://w...
04/07/2025

২০১০ চনত সংঘটিত এক অনাকাংক্ষিত ঘটনাৰ ১৫ টা বছৰৰ পিছত ভুক্তভোগীৰ ন্যায় লাভ কৰাৰ এক কাহিনীৰে আমাৰ এই প্ৰতিবেদন ।

https://whatsapp.com/channel/0029Va4oPDP89inZAO1l5h0P

২০১০ চনত সংঘটিত এক অনাকাংক্ষিত ঘটনাৰ ১৫ টা বছৰৰ পিছত ভুক্তভোগীৰ ন্যায় লাভ কৰাৰ এক কাহিনীৰে ভৰা আমাৰ এই প্ৰতিবেদ.....

আৰ্থিক দীনতাৰ মাজতো ৰিঙত সাফল্য় অসমকন্য়াৰ ।https://whatsapp.com/channel/0029Va4oPDP89inZAO1l5h0P
04/07/2025

আৰ্থিক দীনতাৰ মাজতো ৰিঙত সাফল্য় অসমকন্য়াৰ ।

https://whatsapp.com/channel/0029Va4oPDP89inZAO1l5h0P

আৰ্থিক দীনতাৰ মাজতো ৰিঙত সাফল্য় অসমকন্য়াৰ ।

Address

ETV Bharat Building, Ramoji Film City, Anajpur
Vikarabad
501512

Alerts

Be the first to know and let us send you an email when ETV Bharat Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ETV Bharat Assam:

Share

About Us

ETV Bharat – A Division of Ushodaya Enterprises Pvt. Ltd. , is a comprehensive digital national news platform conceived to deliver seamless news and information services, using video-centric Mobile App and Web Portals. It is first-of-its kind offering in India in terms of diversity and depth, dedicated journalists network, reach of 24 states with services in 13 languages i.e.– Hindi, Urdu, Telugu, Tamil, Kannada, Malayalam, Gujarati, Marathi, Bengali, Punjabi, Assamese, Odia and English. ETV Bharat is the latest initiative of the five-decade old multi-dimensional Ramoji Group. The Group’s highly successful media endeavors include : Eenadu - one of the largely circulated language dailies in the country , and ETV Network with Telugu general entertainment, infotainment and news channels. With a strong lineage of the most trusted media house, ETV Bharat would draw on its strengths of decades’ long experience and innovation. ETV Bharat will combine the new technologies of mobile and digital media to engage news and information seekers in a new connected world. It will be driven by well-established news gathering setup, technology specialists and other professionals.