
05/08/2025
প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক ডাঙৰীয়াৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি।
সত্যপাল ডাঙৰীয়া সদায় সত্যৰ পক্ষত আছিল আৰু তেখেতে সদায় জনস্বাৰ্থৰ হকে মাত মাতিছিল। এগৰাকী নিৰ্ভীক আৰু নিৰপেক্ষ ব্যক্তি হিচাপে বিশেষ সুনাম থকা সত্যপাল ডাঙৰীয়াই দেশৰ স্বাৰ্থক সদায় আগস্থান দিছিল।
প্ৰয়াত সত্যপাল মালিক ডাঙৰীয়াৰ বিদেহ আত্মাই সদগতি লাভ কৰক আৰু ঈশ্বৰে শোকসন্তপ্ত পৰিয়ালটিক শোক সহিব পৰাকৈ শক্তি আৰু সাহস দিয়ক।