Time's of Lakhipur

Time's of Lakhipur দ্ৰুত আপডেট

07/21/2025

জলেশ্বৰৰ ঘুগুডোবাত উচ্ছেদৰ বিৰুদ্ধে এছ ইউ চি আই (চি) দলৰ প্ৰতিবাদ দিৱস পালন।

07/21/2025

পুনৰ্বাসনৰ ব্যৱস্থা নকৰাকৈ অমানবিক উচ্ছেদ বন্ধৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জলেশ্বৰতো SUCI কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদ।

07/21/2025

জলেশ্বৰৰ চাকলি বজাৰত মিঞা মঞ্চৰ সভাপতি জাহিৰুল ইছলামক আ/ক্ৰ/মণ দু/ৰ্বৃ ত্তৰ।

07/21/2025

জলেশ্বৰ সমষ্টিৰ শিমলাবাৰিত Dream Life এন জি ও ৰ শুভ উদ্বোধন।

07/20/2025

বগুৱান আৰক্ষীৰ জালত ভূৱা জন্মৰ প্ৰমাণ পত্ৰ প্ৰস্তুতকাৰী মনিৰুল ইছলাম।

07/20/2025

উচ্ছেদক লৈ মিঞা মঞ্চৰ সভাপতি জাহিৰুল ইছলামৰ প্ৰতিক্ৰিয়া।

07/20/2025

জলেশ্বৰ সমষ্টিৰ শিমলাবাৰিত DREAMS LIFE N G O শুভ উদ্বোধন।

07/19/2025

আমি কোনো খিলঞ্জীয়া ৰাইজৰ মাটি দখল কৰা নাই। মন্তব্য লক্ষীপুৰৰ পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তাৰ।

07/19/2025

লক্ষীপুৰৰ বলাইখামাৰত খিলঞ্জীয়া ৰাভা জনগোষ্ঠীয় লোকৰ ৩৮ ভূমি দখল কৰাক লৈ প্ৰতিবাদ।

07/18/2025

পাইকানত আৰক্ষীৰ গু*লি*ত নি*হ*ত হোৱা ছাকোৱাত হুছেইনৰ স্মৃ/তি/ত শ্ৰদ্ধা/ঞ্জলি জ্ঞাপন SUCI দলৰ।

07/17/2025

ফুলকুমলীয়া ১৮ বছৰীয়া ল'ৰাটোক গু*লি*য়াই হ*ত্যা কৰা হৈছে।
সংৰক্ষিত বনাঞ্চলত স্কুল, কলেজ, পানী যোগান আঁচনি কেনেকৈ থাকিব পাৰে?"
মন্তব্য সাংসদ ৰকিবুল হুচাইনৰ।

07/17/2025

আজি পাইকানত আৰক্ষীৰ গু/লি/ত নিহ/ত হোৱা চাকোৱাত হুছেইনৰ জানাজা সম্পন্ন।
জানাজাত অংশগ্ৰহণ AIUDF ৰ সজাতি দল।

Address

Bayside, NY

Alerts

Be the first to know and let us send you an email when Time's of Lakhipur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Time's of Lakhipur:

Share