DTime

DTime পক্ষপাতিত্ব নহয়, প্ৰকৃত খবৰ....

DTime
পক্ষপাতিত্ব নহয়, প্ৰকৃত খবৰ।

আমি কাৰো পক্ষপাতিত্ব নকৰোঁ বাতৰিৰ ক্ষেত্ৰত। কাৰণ বাতৰিক আমি বাতৰি হিছাপে আপোনালোকৰ মাজলৈ লৈ আহিবলৈ প্ৰতিজ্ঞাবদ্ধ। প্ৰকৃত খবৰ, ৰাইজৰ সমস্যা আপোনালোকৰ মাজলৈ লৈ অহাই হৈছে আমাৰ লক্ষ্য।

অসমৰ প্ৰত্যকটো প্ৰান্তৰ পৰা আমাৰ সংবাদদাতাই যুগুত কৰা প্ৰতিবেদন আমি লৈ আহো আপোনালোকৰ আগত।
প্ৰয়োজনীয় সকলো ধৰণৰ তথ্য, খবৰ, আপোনালোকলৈ লৈ আহিবলৈ আমি চেষ্টা অব্যাহত ৰাখিম।

বিভিন্ন

সংবাদ ক্ষেত্ৰৰ লগত কাম কৰি অভিজ্ঞতা বুটলি অনা ব্যক্তিৰ গোটৰ দ্বাৰা আৰম্ভ কৰা হৈছে DTime, পক্ষপাতিত্ব নহয়, প্ৰকৃত খবৰ।

10/09/2025

⭕ ভেৰগাঁও পৰিষদীয় সমষ্টিত পুনৰ নিৰ্বাচনী হিং *সা
⭕ মুখ্যমন্ত্ৰী ভেৰগাঁৱৰ ডিমাকুছিলৈ অহাৰ এটা দিন পূৰ্বে এই হিং* *সা

#

09/09/2025

📌 হঠাৎ এখন ৰিজোৰ্টলৈ ঢাপলি মেলিছে শিক্ষাৰ্থী
👉 লগত আছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী
👉 কিন্তু, কিহৰ বাবে এই ল'ৰা-ঢপৰা
👉 চাওক এই প্ৰতিবেদনত

09/09/2025
09/09/2025

বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ছাটা গাঁৱত ৰেচন কাৰ্ড আঁচনিৰ নামত বৃহৎ আকাৰৰ লুণ্ঠনৰ অভিযোগ I

09/09/2025

এইবাৰ ৰঙিয়া নগৰৰ হাইৱে চকত অন্ধ ভিক্ষাৰীক লুটপাতৰ ঘটনা ।
ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ গলিত এজন চিলনী চোৰে লুটপাত চলালে মগনীয়াটোক ।

09/09/2025

📌দেওবাৰে গণেশগুৰি ৰাজবাৰী পথত মুকলি কৰা হয় the Renewed skin saloon- Aesthetic clinic ।

📌উক্ত ক্লিনিক খনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠকৰ লগতে অভিনেত্ৰী উপাসনা প্ৰিয়ম।
📌দুৰ্গাপূজাৰ প্ৰাকক্ষণত যুৱতী সকলৰ সৌন্দৰ্য চৰ্চাৰ এক নৱতম সংযোজন এই চেলুন খনত আছে বিভিন্ন ধৰনৰ সা-সুবিধা।
📌পূজাৰ সময়ত আপুনি লাভ কৰিব বিশেষ অফাৰ।

08/09/2025

মই জীয়াই থকালৈকে মৰিয়নী সমষ্টিৰ ময়েই বিধায়ক I
মই থকালৈকে মৰিয়নীৰ বিধায়ক ময়েই হম I

08/09/2025

BTR নির্বাচনৰ বাবে মাজবাটত উপস্থিত মৰিয়নীৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী I
৩৯ নং পাচনৈ চেৰফাং সমষ্টিৰ তত্বাৱধায়কৰ দায়িত্ব লাভ কৰাৰ পাছতেই সমষ্টিটোত ঘূৰিছে নেতাগৰাকীয়ে I

এতিয়াৰে পৰা আৰু গৰকিব নালাগে কাৰ্যালয় , দেশজুৰি প্ৰৱৰ্ত্তন হ’ল অনলাইন ভূমি পঞ্জীয়ন ব্যৱস্থা
06/09/2025

এতিয়াৰে পৰা আৰু গৰকিব নালাগে কাৰ্যালয় , দেশজুৰি প্ৰৱৰ্ত্তন হ’ল অনলাইন ভূমি পঞ্জীয়ন ব্যৱস্থা

06/09/2025

ব্যতিক্ৰমৰূপত আয়োজন জন্মদিন চিকিৎসক তানিছা বৰুৱাৰ

05/09/2025

📌 সমগ্ৰ দেশৰ সমান্তৰাভাৱে অভয়াপুৰী হীৰা পাৰা অৱস্থিত দেৱদাৰু একাডেমীৰ প্ৰাংগণত পৱিত্ৰ শিক্ষক দিৱসৰ উদযাপন

04/09/2025

ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ !
২০২৬ চনত ভাৰতত অনুষ্ঠিত হ’ব বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ

Address


781014

Alerts

Be the first to know and let us send you an email when DTime posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DTime:

  • Want your business to be the top-listed Media Company?

Share