JANATA LIVE

JANATA LIVE জনতা LIVE জনতাৰ কণ্ঠ৷
দেশ আৰু জাতিৰ সেৱাত উৎসৰ্গিত Official page of JANATA LIVE . keep watching & stay ahead! Well come to JANATA LIVE on Facebook.

An Assamese News Portel Channel. News update from around the World, all day, every day Follw us and stay update.

20/09/2025

ডবকা Life care Hospitalত শ্ৰদ্ধাঞ্জলি

16/09/2025

ছাত্ৰ ছাত্ৰীৰ সৈতে দুপৰীয়াৰ আহাৰ DC হোজাইৰ৷

16/09/2025

DC Hojai

16/09/2025

মস্তুফা কামাল আজহাৰীয়ে অতি ধুনীয়াকৈ গালে শ্ৰীকৃষ্ণ বন্ধনা৷

14/09/2025

5.9 প্ৰাবল্যত ভুমিকম্পৰ জোকাৰণি

14/09/2025
13/09/2025

হোজাইৰ মোৰাঝাৰত বৃহৎ পৰিমাণৰ নিৰ্মাণ সামগ্ৰী চুৰি৷ ট্ৰেক্টৰ ভৰ্তি ৰ'ড সহ আটক ছয়৷

12/09/2025

প্ৰেছাৰ 'ষ্টোক' হৈ পিতৃ আছে হস্পিটাল৷
পিতৃক চোৱা চিতা কৰি থাকোতে হাৰ্ট এটাক কৰি মৃত্যু হল পুত্ৰৰ৷
ইন্না লিল্লাহি- অ -ইন্না ইলাইহী- ৰা জিউন৷

বিন্নাকান্দি উন্নয়ণ খণ্ডৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আফতাব উদ্দিনৰ পুত্ৰ ৰিবুল উদ্দিন৷
সকলোৰে পৰিচিত আফতাব উদ্দিনৰ হঠাৎ প্ৰেছাৰ ষ্টোক হোৱাত ভৰ্তি কৰা হয় গুৱাহাটীৰ এখন হস্পিটালত৷
পিতৃক হস্পিটালৰ বিছনাত চোৱা চিতা কৰি থাকোতে হাৰ্ট এটাক হৈ মৃত্যু হয় পুত্ৰ ৰিবুল উদ্দিনৰ৷ উফঃ

10/09/2025

আজি 10 চেপ্টেম্বৰ৷ কি কব মূখ্যমন্ত্ৰীয়ে ?৷ কি হব গৌৰৱ গগৈৰ ?

ইন্না লিল্লাহি ৱা ইন্না ইলাইহি ৰা জিউন৷এটি উজ্জ্বল নক্ষত্ৰ খহি পৰিল।জামিয়া অসম দাৰুল হাদীছ জয়নগৰ মাদ্ৰাছাৰ শ্বেইখুল হাদী...
06/09/2025

ইন্না লিল্লাহি ৱা ইন্না ইলাইহি ৰা জিউন৷
এটি উজ্জ্বল নক্ষত্ৰ খহি পৰিল।

জামিয়া অসম দাৰুল হাদীছ জয়নগৰ মাদ্ৰাছাৰ শ্বেইখুল হাদীছ *হজৰত মৌলানা মুফতী মোহাম্মদ আলী* চাহাব (ৰঃ)ৰ যোৱা নিশা ইন্তেকাল হয়৷ ইন্নালিল্লাহি অ'ইন্নাইলাইহিৰ ৰাজিঊন।। আল্লাহপাকে হুজুৰক জান্নাতুল ফিৰদৌচ নচিব কৰক৷
সমগ্ৰ অসমৰ লগতে জামিয়াই এগৰাকী বৰেণ্য ইছলামী বিদ্বানক হেৰুৱালে৷

Address


Alerts

Be the first to know and let us send you an email when JANATA LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JANATA LIVE:

  • Want your business to be the top-listed Media Company?

Share