Parag Asom

Parag Asom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Parag Asom, Dispur, .

Good Morning Everyone
07/02/2026

Good Morning Everyone

Good Evening Everyone
06/02/2026

Good Evening Everyone

03/02/2026

মন গলে উঠাব পাৰো আৰু মন গলে নমাবও পাৰো Parag Asom

02/02/2026

ডিমৰুপাতৰ লগত গাহৰিৰ মাংস Parag Asom

01/02/2026

যিটো ভাল সেইটো ভাল বুলি কম যিটো বেয়া সেইটো বেয়া বুলি কোৱাত কি অপৰাধ Parag Asom

01/02/2026

অসমীয়াই সদাই Ethics ত থাকি কথা কয় Parag Asom

অসমত যদি বাংলাদেশী আছে তেন্তে সেই জাবৰ বিলাক বাংলাদেশলৈ পঠিয়াই দিয়ক । তাকে নকৰি কিহৰ হিন্দু মুছলমান ৰাজনীতি কিয় কৰিছে...
01/02/2026

অসমত যদি বাংলাদেশী আছে তেন্তে সেই জাবৰ বিলাক বাংলাদেশলৈ পঠিয়াই দিয়ক । তাকে নকৰি কিহৰ হিন্দু মুছলমান ৰাজনীতি কিয় কৰিছে।দহবছৰে ৰাইজৰ হৈ কাম কৰিয়েই আছে , কিয় ভাল কাম কৰা নাছিল নেকি নাই কৰিছো বুলি নিজৰ ওপৰত আত্ম বিশ্বাস হেৰুৱাই পেলাইছে । নে বিপৰীত পক্ষৰ সবল স্থিতিক ভয় খাই থৰক বৰক হৈছে দুভৰি ।

Dr• Himanta Bishwa Sharma ডাঙৰীয়াই আবুল তাবোল বকা যেন অনুভৱ হৈছে ।কাৰণ অসমীয়া মানুহে ৰিক্সাৰ ভাড়া পাঁচ টকা হলে দয়া কৰি...
31/01/2026

Dr• Himanta Bishwa Sharma ডাঙৰীয়াই আবুল তাবোল বকা যেন অনুভৱ হৈছে ।কাৰণ অসমীয়া মানুহে ৰিক্সাৰ ভাড়া পাঁচ টকা হলে দয়া কৰি দশ টকা দিয়ে ।চাৰি টকা দিয়া সেই কঠোৰ অন্তৰৰ অসমীয়া মানুহ নহয় । এনে লাগিছে যিমানেই ইলেকচন কাষ চাপিছে সিমানেই কিবা যেন ভয় খাইছে । দালি ,চাউল ,চেনী ,নিমখ, মিঠাতেল এইবিলাক আমাক নালাগে । বৰ্তমান অসমীয়া মানুহক জুবিন গাৰ্গৰ ন্যায় লাগে ।

Address

Dispur

Telephone

+916001759173

Website

Alerts

Be the first to know and let us send you an email when Parag Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Parag Asom:

  • Want your business to be the top-listed Media Company?

Share