Assam Unfiltered

  • Home
  • Assam Unfiltered

Assam Unfiltered ৰাজনীতি | শাসন-প্ৰশাসন | সামাজিক বাস্তৱতা

09/06/2026

গুৱাহাটী মহানগৰীৰ আৰ্যনগৰত সংঘটিত হোৱা ঘটনাক লৈ জিতেন্দ্ৰ হালৈ কি ক'লে?

08/06/2026

চেৰাভাটি, উলুবাৰী, পল্টনবজাৰ, ভৰলুমুখ, ফটাশিল এইকেইটা অঞ্চলত চুলাইৰ পৰা ড্ৰাগচলৈ ৰমৰমীয়স বেহা চলে।
পুলিচ, প্ৰশাসনক বাদ দি সকলো ৰাইজে জানে । মুখ্যমন্ত্রীয়ে কঠোৰ তদন্ত কৰি প্ৰমাণ কৰক যে তেখেত তাৰ বেনিফিচাৰি নহয় ।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ দাবী ।

08/06/2026

গুৱাহাটী মহানগৰীৰ আৰ্যনগৰত সংঘটিত হোৱা ঘটনাক লৈ আজি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ।
দল সংগঠনৰ নেতাই সেই ঘটনাকলৈ জবাদেহি কৰে

08/06/2026

গুৱাহাটী মহানগৰীৰ আৰ্যনগৰত সংঘটিত হোৱা হৈছিল এক অনাকাংক্ষিত ঘটনা
ঘটনাত উপস্থিত থকা সাংবাদিক......ক'লে A to z

08/06/2026

আৰক্ষীয়ে প্ৰতিবাদকাৰীক বুজনি দিবলৈ চেষ্টা কৰে

08/06/2026

গুৱাহাটী মহানগৰীৰ চেৰাবাটিত সংঘটিত হোৱা ঘটনাকলৈ তীব্ৰ প্ৰতিবাদ

07/06/2026

📌 হিমন্ত বিশ্ব নেতৃত্বাধীন নতুন চৰকাৰৰ মন্ত্রীত্ব প্ৰদানৰ ভেকুভাওনা । বিদ্যুৎ শইকীয়াৰ মন্তব্য।

06/06/2026

📌 দিল্লীৰ যন্তৰ মন্তৰত ক'কৰোছ জনতা পাৰ্টিৰ প্ৰতিবাদত
📌 কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে
📌 প্ৰতিবাদ স্থলীত উপস্থিত থাকে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে

06/06/2026

গুৱাহাটীৰ বিভিন্ন স্থানত অবাধে ড্ৰা***গছ,ম***দ, ভা***ঙৰ বেহা
জিতেন্দ্ৰ হালৈ নামৰ এগৰাকী ব্যক্তিয়ে ফাদিল কৰে এই তথ্য
আৰক্ষীৰ চকুত ধূলি দি চলাই আছে নৱ প্ৰজন্মক ধ্বং***স কৰাৰ বেহা

06/06/2026

📌 হীৰেণ হিন্দু অসমৰ বিৰুদ্ধে গোচৰ ৰুজু নেমছুৰ।
📌 বিশ্বত ইছলাম ধৰ্মৰ প্ৰবৰ্তক হজৰত মহম্মদৰ বিৰুদ্ধে সামাজিক মাধ্যমত কৰিছিল বিতৰ্কিত মন্তব্য 📌 'বিতৰ্কিত মন্তব্য কৰিছিল এইবাৰ গৰজি উঠিল নেমছু'
📌 আজি নেমছুৰ পশ্চিম শোণিতপুৰ জিলা সমিতিয়ে ঢেকীয়াজুলি সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গোচৰ ৰুজু কৰে।
📌 'বিশ্ব ইছলাম ধর্মৰ প্ৰবৰ্তক হজৰত মহম্মদক অপমান কৰিলে সহ্য কৰা নহব'
📌 'শান্তি-সম্প্ৰীতিৰ স্বাৰ্থত হীৰেন হিন্দু অসমক গ্ৰেপ্তাৰ কৰিব লাগে'
📌 'হীৰেন হিন্দু অসমে হিন্দু-মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে'

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Assam Unfiltered posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share