An Aspirant Devajani Munu Devi

  • Home
  • An Aspirant Devajani Munu Devi

An Aspirant Devajani Munu Devi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from An Aspirant Devajani Munu Devi, Digital creator, .
(1)

ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী ✅ভালকৈ পঢ়িব বিচাৰিলে কমেন্টত জনাব দিবলৈ চেষ্টা কৰিম ❤️
30/03/2026

ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী ✅
ভালকৈ পঢ়িব বিচাৰিলে কমেন্টত জনাব দিবলৈ চেষ্টা কৰিম ❤️

10/03/2026

Facebook payout fail হ'লে solve কৰা কোনো ব্যক্তিৰ যোগাযোগ নম্বৰ দিব পাৰিব নেকি কোনোবা বন্ধু বান্ধৱীয়ে??

বহুত সপোন দেখিছিলো মই। প্ৰতিটো খোজতে আছিল ঘাত প্ৰতিঘাত। জনা হোৱাৰে পৰা আজিৰ দিনটোলৈকে বহু তিতা মিঠা অভিজ্ঞতাও আৰ্জিছো। স...
02/02/2026

বহুত সপোন দেখিছিলো মই। প্ৰতিটো খোজতে আছিল ঘাত প্ৰতিঘাত। জনা হোৱাৰে পৰা আজিৰ দিনটোলৈকে বহু তিতা মিঠা অভিজ্ঞতাও আৰ্জিছো। সুযোগ পালেই আনক খুচ মৰাটো মানুহৰ সহজাত প্ৰবৃত্তি। কেতিয়াবা মনত বাৰুকৈয়ে আঘাত পাওঁ। কিন্তু মোক কথাৰে পিছলৈ ঠেলি পঠিওৱা ইমান সহজ নহয়। এইটোকোৰা শিল আৰু সহজে ক্ষয় নাযায়।
উত্তৰ মই কথাৰে নহয় কামেৰে দিম✅

02/02/2026

যিমানে উচ্চ পদবী সিমানেই বেছি দায়িত্ব। দুহাতৰ অৰ্জনতহে আমি ৰজা। বাকী বোৰ,,,,,,,,,,,,
🤫

📌Static GK for ADRE, Assam Police and other Govt exams  ✅Agricultural Revolutions in India✅Cultivation Techniques
30/01/2026

📌Static GK for ADRE, Assam Police and other Govt exams

✅Agricultural Revolutions in India
✅Cultivation Techniques

সকলো ভাৰতীয়লৈ ৭৭ তম্ গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালো🇮🇳
26/01/2026

সকলো ভাৰতীয়লৈ ৭৭ তম্ গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালো🇮🇳

Indian Geography Peninsular Plateaus of India
24/01/2026

Indian Geography
Peninsular Plateaus of India

ৰঙীন মন এটি লৈ আগবাঢ়ি গৈছো প্ৰতিটো কামত। সকলোৰে মৰম শুভেচ্ছা মোৰ বাবে আশীৰ্বাদ ❤️🙏
24/01/2026

ৰঙীন মন এটি লৈ আগবাঢ়ি গৈছো প্ৰতিটো কামত। সকলোৰে মৰম শুভেচ্ছা মোৰ বাবে আশীৰ্বাদ ❤️🙏

কেতিয়াযে নিজৰ কামবোৰ কৰিবলৈ সময় পাম নাজানো আৰু। চাকৰিত যোগদানৰ দিন ধৰি কাপোৰ কেইটা জাপিবলৈও সময় পোৱা নাই। কিবা এটা শি...
23/01/2026

কেতিয়াযে নিজৰ কামবোৰ কৰিবলৈ সময় পাম নাজানো আৰু। চাকৰিত যোগদানৰ দিন ধৰি কাপোৰ কেইটা জাপিবলৈও সময় পোৱা নাই। কিবা এটা শিকাবলৈ ভিডিঅ' বনোৱাটো দূৰৰ কথা, টেলিগ্ৰাম গ্ৰুপটো খুলি চাবলৈ সময় পোৱা নাই🥺😭 সময় লাগিব মোক সকলোবোৰ ট্ৰেকত আনিবলৈ।

পুৱাৰ পৰা সন্ধিয়ালৈকে কৃষকৰ ওচৰত ✅ আমগুৰি ৰাজহ চক্ৰ।

  বহুতৰে প্ৰশ্ন আছিল maths ক'ৰ পৰা‌ শিকিম? কি কিতাপ ল'ম ? মোৰ ওচৰত কেইবাখনো কিতাপ আছে। মোৰ হাতত যেতিয়াই পইচা আহে মই কিত...
22/01/2026


বহুতৰে প্ৰশ্ন আছিল maths ক'ৰ পৰা‌ শিকিম? কি কিতাপ ল'ম ? মোৰ ওচৰত কেইবাখনো কিতাপ আছে। মোৰ হাতত যেতিয়াই পইচা আহে মই কিতাপ কিনিবলৈ খৰচ কৰো। আপোনাৰ ওচৰত যিকোনো এখন থাকিলেও আপুনি অংক বিষয়টো শিকিব পাৰিব। ইউটিউবত assam exam preparation চেনেলটো চাব তাত বহুখিনি শিকিব পাৰিব ✅

Address


Telephone

+917002529481

Website

Alerts

Be the first to know and let us send you an email when An Aspirant Devajani Munu Devi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to An Aspirant Devajani Munu Devi:

  • Want your business to be the top-listed Media Company?

Share