Deepjyoti Das mudoi

Deepjyoti Das mudoi এই ফেচবুক পেজটোত মোৰ ভিডিঅ বোৰ চাবলৈ পেজ তো ফ্ল' কৰিব আৰু চাপোৰ্ট কৰিব বুলি আশা ৰাখিলো ।

24/04/2024

assamise folk music

24/04/2024

assamise folk miusic

13/04/2024

প্রতিপাহি কপৌফুলৰ সুগন্ধি ,প্রতিজনী কুলিৰ মাতেই আনন্দ। প্রতি টোপাল বৰষুণ , প্রতি জাক নতুন বতাহে কঢ়িয়াই আনক আপোনাৰ নতুন অনুভূতি লগতে আপোনাৰ পৰিয়াললৈ কঢ়িয়াই আনক ৰঙালীৰ এসাগৰ সপোন আৰু ৰঙালীৰ ৰঙেৰে উপচি পৰক সকলোৰে দেহ মন সেই কামনাৰে প্ৰতিজন অসমীয়ালৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ যাছিলোঁ।

05/04/2024

বসন্তৰ পৰশত জীপাল হৈ উঠা মন টোৱে আগতীয়াকৈ সকলোকে বহাগ বিহুৰ ওলগ জনালোঁ আৰু লগতে ভুল শুদ্ধকৈ অকণমান বাঁহীত দুটিমান বিহুৰ সুৰ তুলিবলৈ চেষ্টা কৰিলোঁ ভুল হলে ক্ষমা কৰিব ।

10/03/2024

07/03/2024

07/03/2024

05/03/2024

Address

Kampur

Website

Alerts

Be the first to know and let us send you an email when Deepjyoti Das mudoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share