Shahid's Vlog

  • Home
  • Shahid's Vlog

Shahid's Vlog It is a VLOG page based on a YouTube Vlog channel namely "Shahid's Vlog".

আপোনাৰ 𝐅𝐫𝐢𝐞𝐧𝐝 𝐂𝐢𝐫𝐜𝐥𝐞ত এই পৰিৱৰ্তন লক্ষ্য কৰিছেনে?আজিকালি বন্ধু-বান্ধৱীৰ লগত আড্ডা মাৰিলে কেৱল কেৰিয়াৰৰ কাহিনীহে শুনা য...
31/08/2025

আপোনাৰ 𝐅𝐫𝐢𝐞𝐧𝐝 𝐂𝐢𝐫𝐜𝐥𝐞ত এই পৰিৱৰ্তন লক্ষ্য কৰিছেনে?

আজিকালি বন্ধু-বান্ধৱীৰ লগত আড্ডা মাৰিলে কেৱল কেৰিয়াৰৰ কাহিনীহে শুনা যায়। অমুকে আমেৰিকাত ডিগ্ৰী ল’লে, অমুকে Fellowship পালে, অমুকে APSC পালে, বহি নাথাকি চাকৰি এটাৰ যোগাৰ কৰিব লাগে - এইবোৰেই মূল কাহিনী। ইফালে কাৰোবাৰ মাক দেউতাক অসুস্থ, কোন ডাক্তৰৰ ওচৰত যাব লাগে, কি চিকিৎসা কৰালে ভাল হব, এইবোৰ হ’ল আন এটা অংশ। কিছুমানে হয়তো আমাৰ অজ্ঞাতে অকলে বুকুৰ মাজত হেজাৰ ধুমুহাও কঢ়িয়াই লৈ ফুৰিছে। আমি সকলোৱে হঠাতে যেন Mature হৈ পৰিলোঁ।

লগৰবোৰলৈ চাওঁ। যোৱা এবছৰত যেন সকলোৰে বয়স একেলগে দহ বছৰমান বাঢ়ি গ’ল। চকুত ভয়, কান্ধত অদৃশ্য বোজা। কেৰিয়াৰৰ পৰিকল্পনা কৰা, টকা উপাৰ্জন কৰা, ঘৰ-সংসাৰ আৰম্ভ কৰিব লাগে, পিতৃ-মাতৃৰ বাবে কিবা এটা কৰিব লাগে ইত‍্যাদি চিন্তা…

আমাৰ আড্ডাত যৌৱনৰ উত্তেজনা, ঘণ্টাৰ পিছত ঘণ্টা অপ্ৰয়োজনীয় কথা-বতৰা, হাঁহি-ধেমালি আদি কেতিয়া বন্ধ হ’ল গ’মকে নাপালো। সময়ৰ লগে লগে সেয়া হোৱাটো নিশ্চিত আছিল, মই জানো! তথাপিও...
সময়ে মাথোঁ লৈ যায়…
[শ্বাহিদুল ইছলাম] [অনূদিত]

আদৰ্শ বিদ‍্যালয় সংগঠনৰ পৰা PGT, GT, AT, Computer Instructor, Lab Assistant আদি Contractual পোষ্টৰ বাবে মেৰিট লিষ্ট প্ৰকা...
11/08/2025

আদৰ্শ বিদ‍্যালয় সংগঠনৰ পৰা PGT, GT, AT, Computer Instructor, Lab Assistant আদি Contractual পোষ্টৰ বাবে মেৰিট লিষ্ট প্ৰকাশ পাইছে।

Official Website: http://avs.assam.gov.in/অসমৰ বিভিন্ন ঠাইত থকা Private & Govt বিএড কলেজ সমূহৰ Admission ৰ খবৰ পাবলৈ তথা Admission Process জানিবলৈ মোৰ চেনেলৰ...

❤️
07/06/2025

❤️

তাকাব্বালাল্লাহু মিন্না ওৱা মিনকুম, ঈদ মোবাৰক।
31/03/2025

তাকাব্বালাল্লাহু মিন্না ওৱা মিনকুম, ঈদ মোবাৰক।

Home Districtত চাকৰি নোপোৱা প্ৰাৰ্থীক দিয়া হ'ব extra ১০ নম্বৰ। অতিৰিক্ত নম্বৰেৰে কৰা হব মেৰিট লিষ্ট
26/03/2025

Home Districtত চাকৰি নোপোৱা প্ৰাৰ্থীক দিয়া হ'ব extra ১০ নম্বৰ। অতিৰিক্ত নম্বৰেৰে কৰা হব মেৰিট লিষ্ট

High Court's order on 2nd phase document verification: https://youtu.be/TRmY8dxsgGc♦️JOIN ME ON SOCIAL MEDIA:-🟡 WhatsApp (Channel):https://whatsapp.com/chan...

20/12/2024

GT/PGT TET cm Recruitment Test ত Maths ৰ ১৫ নম্বৰৰ প্ৰশ্ন যোগ কৰাৰ বাবে কিছুমান প্ৰাৰ্থী য়ে High Court Writ Petition দাখিল কৰিছিল। আজি সেই ঋত Petition ৰ শুনানীত চৰকাৰী বিভাগৰ উকিলে জনায় যে অসম চৰকাৰে পৰীক্ষাটো নূন্যতম১৫ দিন মান পিছুৱাই দিবলৈ সিদ্ধান্ত লৈছে আৰু এই কথাত Writ Petition দাখিল কৰা প্ৰাৰ্থীৰ উকীল জনে মানি লয়। উল্লেখযোগ্য যে অহা ২৯/১২/২০২৪ তাৰিখে উক্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। শুনানিৰ অন্তত এই কথা স্পষ্টকৈ উল্লেখ কৰে যে অসম চৰকাৰে বহাগ বিহুৰ আগত এই পৰীক্ষা অনুষ্ঠিত নকৰে।

24/10/2024

Protect your family from ONLINE FRAUD • How to protect yourself from unauthorised transaction.

Advertisement related যিকোনো doubt এইটো ভিডিও চালেই clear হৈ যাব।
17/10/2024

Advertisement related যিকোনো doubt এইটো ভিডিও চালেই clear হৈ যাব।

Address


Alerts

Be the first to know and let us send you an email when Shahid's Vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Shahid's Vlog:

  • Want your business to be the top-listed Media Company?

Share