E Prime

E Prime সত্যৰ পথত.....
সত্য বাৰ্তা লৈ, ৰাইজৰ পক্ষত

এক ব্যতিক্ৰমী মনোভাব আৰু নতুন উৎসাহৰ সৈতে অসমীয়া মনোৰঞ্জনৰ লগতে শুদ্ধ খবৰ লৈ আপোনলোকৰ মাজলৈ আহি আছে E - Prime.

*শুদ্ধ খবৰৰ লগতে অবিৰত মনোৰঞ্জন*

Unveiling the poster of the next Action Thriller movie of Superstar Ravi Sarma Shoot Begins Soon 🎬AB Production  &  R3 M...
29/06/2024

Unveiling the poster of the next Action Thriller movie of Superstar Ravi Sarma
Shoot Begins Soon 🎬

AB Production & R3 Motion Pictures Presents ...
" Dhwaja "

Director _ Shahnawaz Rahman
Producers _ Shahnawaz Rahman & Adhiraj Borkotoky.
Primary Cast _ Superstar Ravi Sarma, Diganta Hazarika , Udayan Duarah & a lead actress from Thailand.
Action Team _ Hollywood's renowned action Team," The One " .
DOP _ Mrinmoy Mondal
Story _ Shahnawaz Rahman
Screenplay _ Mrinmoy Mondal
Music Director _ Poran Borkatoky
Production Designer _ Nafisa Mondal
Costume Designer _ Anna Kaushik & Ajan Akash Baruah
VFX _ Shri Ranjan Rath

Shahnawaz Rahman Mrinmoy Mondal Maitreyee Priyadarshini Udayan Duarah ৰবি শৰ্মা united fc


22/06/2024

অধিক তথ্যৰ বাবে আৰু আপোনাৰ My E sevak বুক কৰিবৰ বাবে যোগাযোগ কৰক👇🏻
📞 83999 83992 নম্বৰত



E Prime য়ে 50K Followers অতিক্ৰম কৰিলে,50k follower ৰ এটা  পৰিয়াল বনাবলৈ সক্ষম হোৱাত সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ🙏
11/12/2021

E Prime য়ে 50K Followers অতিক্ৰম কৰিলে,
50k follower ৰ এটা পৰিয়াল বনাবলৈ সক্ষম হোৱাত সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ🙏

12/10/2021

कुछ अद्भुत तथ्य जो आपको आश्चर्यचकित करेंगे (Hindi-2)

09/10/2021

तेजस: जानिए भारत के स्वदेशी विमान के बारे में

08/10/2021

স্বাস্থ্যৰ বাবে কমলা কিমান উপকাৰি ?

জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লা ৰ হৃদৰোগত আক্ৰান্ত হৈ  আজি ৰাতিপুৱা মৃত্যু মুখত পৰে।
02/09/2021

জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লা ৰ হৃদৰোগত আক্ৰান্ত হৈ আজি ৰাতিপুৱা মৃত্যু মুখত পৰে।

25/08/2021

কিছুমান আশ্চৰ্যকৰ তথ্য যি আপোনাক বিস্মিত কৰিব (খণ্ড- ৬)

🔴 কোনে বনালে তাজমহাল ৰ নকল ?
🔴 সোন খালে কি হৈ আপুনি জাননে ?

14/08/2021

এখন সৰু গাঁওৰ পৰা আহি কেনেকৈ অৰ্জন কৰিলে অলিম্পিকত ব্ৰঞ্জৰ পদক

09/08/2021

সোণৰ পদক জিকি হীৰাৰ নিচিনা জিলিকিল Neeraj Chpora।।
ভাৰতৰ প্ৰথম গৰাকী ২৩ বছৰীয়া খেলুৱৈ Neeraj Chopra ই Tokyo Olympic ত জিকা সোণৰ পদকৰ আঁৰৰ কিছু কথা ।।

13/02/2021

হাজোত খোজ কাঢ়ি বিজেপিৰ প্ৰচাৰ অভিযান
হাজোত বিজেপিৰ প্ৰাতঃভ্ৰমণৰ ৰাজনীতি
দৈনিক ৰাতিপুৱা হাজোৰ বিভিন্ন প্ৰান্তত খোজ কাঢ়ি প্ৰচাৰ অভিযানত ব্যস্ত বিজেপিৰ যুৱ নেতা, কৰ্মীসকল
বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদক নিবাৰণ লহকৰৰ অংশ প্ৰাতঃভ্ৰমণত

13/02/2021

চিৰাঙৰ পানবাৰীত মাৰনাস্ত্ৰ উদ্ধাৰ
দুটা একে ৫৬,এটা এম ২০ পিস্থল,৫২ জাই সজিৱ গুলি উদ্ধাৰ

Address

Kalitakuchi, Hajo-nalbari Road
Hajo
781102

Alerts

Be the first to know and let us send you an email when E Prime posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to E Prime:

Share