RB Live Axom

RB Live Axom সদায় আমি নিৰপেক্ষ আৰু সত্যৰ পক্ষত RB Live Axom ৰ্দূনীতি মুক্ত সমাজ আমাৰ লক্ষ্য

09/12/2025

বিভিন্ন ৰং ৰ ফুল , খুব ভাল লগা এটি দৃশ্য

09/12/2025

অহা ১৫/১২/২০২৫ ইংৰাজী তাৰিখে জোহৰ নামাজ বাদ , মাদ্ৰাছা এ দাৰুল ক্কোৰআন উদালী (বৰদলৈ পথাৰ ) ১ম আজিমুশ্বান দস্তাৰবন্দি আৰু দোৱা মাহফিল অনুষ্টিত হব ।

07/12/2025

এগৰাকী B.A পাছ দিব্যাংগ যুৱকৰ মনৰ কথা

04/12/2025

হোজাই জিলাৰ বিকলাংগ খেলৱেই সকলে বিভিন্ন খেলত অংশ লৈ নৰ্থইষ্টৰ ভিতৰত ২য় স্থান দখল কৰি হোজাই লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । আজি বিশ্ব দিব্যাংগ দিৱসৰ দিনা হোজাই জিলা বিকলাংগ সন্থাৰ খেল সম্পাদক লুৎফুৰ ৰহমানে জানিবলৈ দিয়ে ।

04/12/2025

হোজাই জিলা বিকলাংগ সন্থায় আয়োজন কৰা বিশ্ব দিব্যাংগ দিৱস অনুষ্ঠানত লংকা সমাজ কল্যান বিভাগৰ CDPO ৰ ভাষনত বিকলাংগ সকলক সকলো ধৰনৰ সহায় সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে ।

03/12/2025

আজি হোজাই জিলাৰ লামডিং সমষ্টিৰ লংকাজান গাওঁ পঞ্চায়তত হোজাই জিলা বিকলাংগ সন্থাৰ উদ্যোগত বিশ্ব দিব্যাংগ দিৱস পালন কৰা হয় । হোজাই জিলা বিকলাংগ কাৰ্যলয় নিৰ্মান কৰাৰ বাবে ৫ , বিঘা মাটি আৱণ্ঠন দিয়াৰ বাবে হোজাই জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ ওচৰত দাবী জনায় হোজাই জিলা বিকলাংগ সন্থাৰ সভাপতি , সম্পাদকে ।

03/12/2025

বিশ্ব দিব্যাংগ দিৱস উপলক্ষে হোজাই জিলা বিকলাংগ সন্থায় আয়োজন কৰা সভাত হোজাই জিলা সহকাৰী আয়ুক্তই সুন্দৰ ভাষনৰ জৰিয়তে বিকলাংগ সন্থাৰ অভাৱ অভিযোগ অনাগত সময়ত ৰ্নিমুল কৰাৰ আশ্বাস প্ৰদান কৰে ।

02/12/2025

অৰুণোদয় কেৱল এক ধনৰাশি নহয়, মহিলাৰ বাবে এয়া এক সন্মান।

অসম চৰকাৰৰ জনপ্ৰিয় তথা মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ Himanta Biswa Sarma ডাঙৰীয়া।

🎉 Facebook recognized me as a top rising creator this week!
01/12/2025

🎉 Facebook recognized me as a top rising creator this week!

Address

Lanka

Telephone

+919678758294

Website

Alerts

Be the first to know and let us send you an email when RB Live Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to RB Live Axom:

Share