S.S.M Express

S.S.M Express S.S.M Express And Mankachar Express is an local News Portal Channel.Here Everyone can post Every News

SSM EXPRESS and Mankachar Express is a news publishing facebook group and page .this group and page we are upload our local and national news and it will collect from some othhers sources and other news channel .so if you have any problem of our news than contact us.thank you,and if you are enjoying our news post than don't forget to like and share .

নৱগঠিত মানকাচৰ বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী ইচ্ছুক আৰু যোগ্য ব্যক্তিক আবেদন কৰিবলৈ আহ্বান জনালোঁ🙏🗓 আবেদনৰ সময়- ২৫ জুনৰ পৰ...
28/06/2025

নৱগঠিত মানকাচৰ বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী ইচ্ছুক আৰু যোগ্য ব্যক্তিক আবেদন কৰিবলৈ আহ্বান জনালোঁ🙏

🗓 আবেদনৰ সময়- ২৫ জুনৰ পৰা ১৪ জুলাই ২০২৫

📍 প্ৰ-পত্ৰ: খাদ্য আৰু অসামৰিক যোগানৰ কাৰ্যালয় / https://pds.assam.gov.in

27/06/2025

প্ৰাপ্তবয়স্কক আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত নতুন নিয়ম

25/06/2025

হালধি পানীৰ মেজিকে বিপদত পেলাব পাৰে আপোনাক

22/06/2025

আম চিঙিবলৈ গছত উঠিছিল, তাৰ পিছত কি ঘটিল চাওক

দেওবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল?
22/06/2025

দেওবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল?

📌 কাইলৈ স্নাতক শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা📌 উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নিযুক্তিৰ বাবে হব ডকুমে...
22/06/2025

📌 কাইলৈ স্নাতক শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা
📌 উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নিযুক্তিৰ বাবে হব ডকুমেণ্ট ভেৰিফিকেশ্যন
📌 সামাজিক মাধ্যমযোগে জনালে শিক্ষামন্ত্ৰী ৰমোজ পেগুৱে

22/06/2025

ৰকিবুল হুছেইন MP ক গোৱালপাৰা হাচিলা বিলত পহুখেদা 😲😱

#গোৱালপাৰা #হাচিলা #বিল

22/06/2025

অসমৰ মুখ্যমন্ত্ৰীয়ে গম্ভিৰ্যপূৰ্ণ ব্যক্তি হিচাপে মন্তব্য দিয়া উচিত, মুখ্যন্ত্ৰীৰ চকীখন প্ৰাইভেট কোম্পানীৰ CEO ৰ দৰে নহয়, আপুনি ৰাইজৰ হে প্ৰতিনিধি।

21/06/2025

গোৱালপাৰা উচ্ছেদ খতম হৈ গল

20/06/2025

Mankachar স্বাস্থ বিভাগৰ সফলতা

South Salmara Mankachar জিলাৰ Hatsingimari ৰ Bus Stand ৰ কাষত ত Pikpart Retail Spare Parts Shop ৰ শুভাৰম্ভ কৰা হয়। এই S...
20/06/2025

South Salmara Mankachar জিলাৰ Hatsingimari ৰ Bus Stand ৰ কাষত ত Pikpart Retail Spare Parts Shop ৰ শুভাৰম্ভ কৰা হয়। এই Shop ত দুচকীয়া বাহনৰ যিকোনো Parts অতি কম মূল্যত উপলব্ধ হব।

Contact Number -7896584049

Pikpart Retail Spare Parts Shop, Near Bus Stand Hatsingimari

Address

Hatsingimari
Mankachar
783135

Telephone

+916026512408

Website

Alerts

Be the first to know and let us send you an email when S.S.M Express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to S.S.M Express:

Share

Category