SORBHOG 24

SORBHOG 24 A Local News And Media Website Of Barnagar Region.
(3)

01/06/2026

⏩ বৰনগৰৰ জনপ্ৰিয় কবি উদয়ানন্দ দাসৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

📌 আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৰ'জ আলী।📌 নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ মূল অভিযুক্ত ৰ'জ আলীক আৰক্ষীৰ এনকাউণ্টাৰ।
01/06/2026

📌 আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৰ'জ আলী।
📌 নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ মূল অভিযুক্ত ৰ'জ আলীক আৰক্ষীৰ এনকাউণ্টাৰ।


31/05/2026

31/05/2026

31/05/2026

📌 আজিৰে পৰা আৰম্ভ হ'ল মহাপ্ৰভু শ্ৰী শ্ৰীগৰখীয়া গোসাঁই থানৰ জাগৰণ উৎসৱ।
31/05/2026

📌 আজিৰে পৰা আৰম্ভ হ'ল মহাপ্ৰভু শ্ৰী শ্ৰীগৰখীয়া গোসাঁই থানৰ জাগৰণ উৎসৱ।

30/05/2026

📌 ১৬ জেঠৰ পৰা সৰভোগৰ মহাপ্রভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত জাগৰণ উৎসৱ।
📌 ২১ জেঠত আয়োজন কৰা হ'ব গোসাঁই ফুৰোৱা উৎসৱ।

29/05/2026

📌 বৰনগৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বৰপেটা জিলাৰ আয়ুক্তলৈ বৰনগৰ আঞ্চলিক ছাত্র সন্থাৰ স্মাৰক পত্ৰ প্ৰেৰণ।
📌 সৰভোগ নগৰৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলত বিশেষকৈ বেঁকী নৈৰ অবৈধ শিল-বালিৰ মহলসমূহক নাকি লগোৱাৰ লগতে ডাম্পাৰৰ অবাধ দৌৰাত্ম ৰোধ কৰাৰ দাবীত এই স্মাৰক পত্র।

28/05/2026

📌 'UCC বলৱৎ কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰক সহায় কৰিবলৈ আমি সাজু আছোঁ'
📌 একাংশ মুছলমান লোকে UCC নামানো বুলি প্ৰত্যাহ্বান জনোৱাৰ পিছতে জাঙুৰ খাই উঠিল হিন্দু সুৰক্ষা সেনা অসমৰ কেন্দ্রীয় নেতৃত্ব।

Address

Sorbhog Town Ward No. 1
Sorbhog
781317

Alerts

Be the first to know and let us send you an email when SORBHOG 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SORBHOG 24:

Share