ASSAM PLUS

ASSAM PLUS THIS IS OFFICIAL PAGE OF ASSAM PLUS NEWS CHANNEL

30/08/2026
28/07/2026

2021 के चुनाव में अमित शाह ने असम को बाढ़-मुक्त बनाने का बड़ा वादा किया था, लेकिन वह वादा आज भी अधूरा ही रह गया। आज भी असम हर साल भीषण बाढ़ की त्रासदी झेल रहा है, जिसमें कई लोगों की जान जा चुकी है और लाखों लोग प्रभावित हुए हैं। जनता अब वादों की नहीं, ज़मीनी काम की उम्मीद कर रही है।"

#𝐣𝐨𝐫𝐡𝐚𝐭

12/07/2026

সদৌ অসম ভূমিজ সমাজ, ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা যুৱ মঞ্চ তথা মহিলা সমিতিৰ আতিথ্যত, দুলীয়াজান, নাওহলীয়া, ভাদৈ, নাহৰকটীয়া, টেঙাখাট, ডিকম, বকুল, বৰবৰুৱা, গ্ৰীণউড, মোকলবাৰী, খোবাং, ৰাজগড়, বালিজান, চেপন, জয়পুৰ, চাবুৱা, ৰামাই, মৰাণ আৰু খটখটি আঞ্চলিক সমিতিৰ সহযোগত "কেৰিয়াৰ কাউন্সেলিং আৰু অভিনন্দন অনুষ্ঠান" সফলভাৱে আয়োজন কৰা হয়।

অনুষ্ঠানটো দুলীয়াজানৰ আলোকজ্যোতি ৰঙ্গমঞ্চ, কছাৰীপথাৰত অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কে দিহা-পৰামৰ্শ প্ৰদান কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা আৰু অভিনন্দন জনোৱা হয়।

05/06/2026

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ সন্মুখত কেবিনেট মন্ত্ৰী হিচাপে পীয়ূষ হাজৰিকাৰ শপত গ্ৰহণ কৰে।

অসম কেবিনেটত নতুন দায়িত্ব: পীয়ূষ হাজৰিকাৰ শপত গ্ৰহণ সম্পন্ন

সংবিধানৰ ধাৰা ১৬৪ অনুসৰি পীয়ূষ হাজৰিকাক শপত গ্ৰহণ কৰালে ৰাজ্যপালে

🚨 BREAKING NEWS কাইলৈ, ৫ জুন ২০২৬ তাৰিখে দুপৰীয়া ১২:৪৫ বজাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ...
04/06/2026

🚨 BREAKING NEWS
কাইলৈ, ৫ জুন ২০২৬ তাৰিখে দুপৰীয়া ১২:৪৫ বজাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব।

১) শ্রীঅশ্বিনী ৰয় সৰকাৰ
২) শ্রীঅশোক সিংহল
৩) শ্রীবিমল বড়া
৪) শ্রীবিশ্বজিৎ দৈমাৰী
৫) শ্রীজয়ন্ত মল্লবৰুৱা
৬) শ্রীকৌশিক ৰায়
৭) শ্রীকেশৱ মহন্ত
৮) শ্রীকৃষ্ণেন্দু পাল
৯) শ্রীমতী নীলিমা দেৱী
১০) শ্রীপীযুষ হাজৰীকা
১১) ডা: ৰণোজ পেগু
১২) শ্রীসুশান্ত বৰগোহাঁই

31/05/2026

Himanta Biswa Sarma এ Rajnath Singh ক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পিছত অসমত ডিফেঞ্চ ইণ্ডাষ্ট্ৰি (ৰক্ষা উদ্যোগ) গঢ়ি তোলাৰ বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমক ভাৰতৰ তৃতীয় Defence Corridor হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা আগবাঢ়ি আছে। তেওঁৰ মতে, অসমৰ ভৌগোলিক আৰু কৌশলগত সুবিধা ব্যৱহাৰ কৰি ৰাজ্যখনক ডিফেঞ্চ মেনুফেকচাৰিং হাব (Defence Manufacturing Hub) হিচাপে বিকশিত কৰিব পাৰি।











জুন মাহত ৰেচন কাৰ্ডৰ গৰাকীয়ে নাপাব দাইল, চেনী আৰু নিমখপূৰ্বে নিৰ্ধাৰিত অনুসৰি গ্ৰাহকে লাভ কৰিব চাউলপূৰ্বৰ বাজেট অনুসৰি ...
29/05/2026

জুন মাহত ৰেচন কাৰ্ডৰ গৰাকীয়ে নাপাব দাইল, চেনী আৰু নিমখ
পূৰ্বে নিৰ্ধাৰিত অনুসৰি গ্ৰাহকে লাভ কৰিব চাউল
পূৰ্বৰ বাজেট অনুসৰি মে' মাহলৈ অনুদান আছিল চৰকাৰৰ
নতুন বাজেট দাখিল নকৰা পৰ্যন্ত চেনী, দাইল, নিমখ নাপাব গ্রাহকে |

'সত্য যুগত লক্ষ্মী বিত্তমন্ত্রী, সৰস্বতী শিক্ষামন্ত্ৰী আৰু দুর্গা প্ৰতিৰক্ষা মন্ত্ৰী আছিল'বিধানসভাত নাৰী শক্তি বন্দন অধি...
26/05/2026

'সত্য যুগত লক্ষ্মী বিত্তমন্ত্রী, সৰস্বতী শিক্ষামন্ত্ৰী আৰু দুর্গা প্ৰতিৰক্ষা মন্ত্ৰী আছিল'

বিধানসভাত নাৰী শক্তি বন্দন অধিনিয়মৰ সপক্ষে বিজয় গুপ্তাৰ মন্তব্য

25/05/2026

Ragini Nayak के बयान || मोदी सरकार कहती थी देश में तेल संकट और महंगाई नहीं बढ़ेगी।
फिर भी कच्चा तेल सस्ता होने के बावजूद पेट्रोल-डीजल के दाम बढ़ाए गए।
11 दिनों में पेट्रोल ₹8 और डीजल ₹7.80 महंगा हुआ।
एक्साइज ड्यूटी से लाखों करोड़ वसूले गए, लेकिन जनता को राहत नहीं मिली।
सवाल यही है — जब सब ठीक था, तो जनता पर महंगाई का बोझ क्यों डाला गया...?

25/05/2026

অসম বিধানসভাৰ সদনত বিজেপি নেতা তথা মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ মাজত বিভিন্ন ৰাজনৈতিক আৰু জনস্বাৰ্থমূলক বিষয়ক লৈ বহু সময়তে তীব্ৰ বাক-বিতণ্ডা হোৱা দেখা যায়। বিশেষকৈ চৰকাৰৰ নীতি, দুৰ্নীতিৰ অভিযোগ, কৃষক সমস্যা, মূল্যবৃদ্ধি আৰু আইন-শৃংখলা বিষয়ক আলোচনাৰ সময়ত দুয়োপক্ষৰ মাজত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।

Address

Guwahati.
Duliajan
786191

Telephone

+919365095449

Website

Alerts

Be the first to know and let us send you an email when ASSAM PLUS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share