JONAI LIVE

JONAI LIVE আপোনাৰ বিশ্বাস, আমাৰ সততা। এক আপোচবিহীন কন্ঠৰ সৈতে আপোনাৰ কাষত 'জ'নাই LIVE'
(2)

02/09/2026

জোনাইৰ তেলাম বজাৰত শোকাৱহ হ*ত্যাকাণ্ডৰ ঘটনা
কোঠাৰেৰে ঘপিয়াই তিনি পুত্ৰ-কন্যাসহ পত্নীক হ*ত্যা স্বামীৰ
আটক অভিযুক্ত ফিৰোজ আলিক

01/09/2026

মাত্ৰ কেইছেকেণ্ডৰ ব্যৱধান!

নিজৰ জীৱন বিপন্ন কৰি বানৰ সোঁতৰ পৰা বাইকাৰক উদ্ধাৰ নৱবিবাহিত দম্পতীৰ

01/09/2026

অসংখ্য ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়ি অৱসৰ গ্ৰহণ সহ-শিক্ষয়িত্ৰী পদুমী পেগুৰ
বিদায়ী ক্ষণত অশ্ৰুসিক্ত ৰায়াং মিলনজ্যোতি বিদ্যালয়

01/09/2026

গাড়ী পাৰ হওঁতেই ঘটিল অঘটন!
ভাৰ সহিব নোৱাৰি মাজতে ভাঙি পৰিল দলং
অৰুণাচল প্ৰদেশৰ কিবিথু ৰাজহ চক্ৰৰ অধীনৰ চিৰাক দলঙৰ

01/09/2026

৬০ঘণ্টা বোকাৰ তলত!
মৃ*ত্যুক জয় কৰি জীৱনলৈ উভতিল ৬ বছৰীয়া কিশোৰী
এই শিহৰণকাৰী দৃশ্য নেপালৰ

01/09/2026

জোনাইত পানীৰ নামত অবৈধ বেহাৰ অভিযোগ

প্ৰয়োজনীয় অনুমতি পত্ৰৰ অবিহনে পানীৰ মুকলি বেহা

গোহালি সদৃশ, অস্বাস্থ্যকৰ পৰিৱেশত পানী প্ৰস্তুত

ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় দল সংগঠনৰ

শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী

01/09/2026

৮কোটি টকাৰ অত্যাধুনিক বিদ্যালয় গৃহ নিৰ্মাণতেই বিসংগতিৰ অভিযোগ!

নিৰ্মাণ শেষ হোৱাৰ পূৰ্বেই কোঠালীয়ে কোঠালীয়ে ফাট, নিগৰিছে বৰষুণৰ পানী

ঠিকাদাৰ-বিভাগীয় তদাৰকীক লৈ প্ৰশ্ন

দৃশ্য ঐতিহ্যমণ্ডিত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অত্যাধুনিক নৱনিৰ্মিত বিদ্যালয় গৃহৰ

31/08/2026

বোকাখাতৰ চাৰিকা ষ্টৰত ভয়ংকৰ
অগ্নিকাণ্ড

31/08/2026

ধেমাজিত ২৭ বিঘা ভূমি আবণ্টনেৰে দুগ্ধ প্ৰকল্প

কৃষক-দুগ্ধ ব্যৱসায়ীৰ বাবে মুকলি হ’ব নতুন সম্ভাৱনা

ঘোষণা মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাৰ

31/08/2026

নেপালৰ ভয়ংকৰ বানৰ পাছত ভাৰতলৈও আহিছে নেকি মহাবিপদ?
এই বান্ধটোক লৈ বৃদ্ধি পাইছে উদ্বেগ

Address

NH515
Jonai
787060

Telephone

+918471985097

Website

Alerts

Be the first to know and let us send you an email when JONAI LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JONAI LIVE:

Shortcuts

Share