31/05/2026
মাত্ৰ বাঁহৰ খৰচত ঘৰৰ বাউণ্ডেৰী ৱাল! প্ৰকৃত খৰচ কিমান জানেনে? 🤔
বাঁহৰ চকুৱা বেৰা দিয়াৰ দিন এতিয়া উকলিল! এতিয়া মাত্ৰ বাঁহৰ খৰচতেই আপুনি ঘৰৰ চাৰিওফালে দিব পাৰিব মজবুত পকীৰ Readymade বাউণ্ডেৰী ৱাল। 🧱✨
যোগাযোগৰ নম্বৰ: ☎️ 9365688569, 6002629149
এই ভিডিঅ'টোত আমি দেখুৱাইছোঁ কেনেকৈ কম খৰচত আৰু কম সময়ত এই Readymade বাউণ্ডেৰী ৱাল বনাব পাৰি। লগতে জানক সম্পূৰ্ণ খৰচৰ হিচাপ— প্ৰকৃততে কিমান টকা খৰচ হ'ল?
ভিডিঅ'টো শেষলৈকে চাওক আৰু আপোনাৰ ঘৰৰ বাবে কোনটো বেছি লাভদায়ক হ'ব নিজে ঠিক কৰক! 👇
✅ ভিডিঅ'টোত কি কি আছে:
Readymade বাউণ্ডেৰী ৱাল কেনেকৈ লগোৱা হয়?
বাঁহৰ বেৰা আৰু পকী ৱালৰ মাজত খৰচৰ পাৰ্থক্য।
সম্পূৰ্ণ খৰচৰ (Total Cost) সঠিক হিচাপ।
👍 ভিডিঅ'টো উপকাৰী বুলি ভাবিলে অনুগ্ৰহ কৰি এটা Like কৰি আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰক। আপোনাৰ কিবা প্ৰশ্ন থাকিলে তলত Comment কৰি সুধিব পাৰে!