New Roster

New Roster যিকোনো Advertisement/বিজ্ঞাপন বাবে আমাৰ সৈতে যোগাযোগ কৰক: 9864139006

26/08/2026

অসমৰ যুবক আকৌ বহিৰাঞ্জত মৃতু হয় ।إنا لله وإنا إليه راجعون. !!

@top fansMonjur Borloskor HojaiNew Roster

মই এতিয়া আছোঁ! মুম্বাই আহি পাটনাৰ শিৱত আগউদৰ দোকান অপেনিং কৰিলোঁ আপোনালুকে দুৱা কৰিব!!             fans Monjur Borlosko...
25/08/2026

মই এতিয়া আছোঁ! মুম্বাই আহি পাটনাৰ শিৱত আগউদৰ দোকান অপেনিং কৰিলোঁ আপোনালুকে দুৱা কৰিব!!

fans Monjur Borloskor Hojai Salek Ahmed Laskar

23/08/2026

মৌলানা কলিম উদ্দিন চাহাবক লৈ ৰাজনীতি বন্ধ কৰক !! New Roster

@top fansMonjur Borloskor HojaiArhan Mundhe

মুম্বাইত হঠাত লগ পালোঁ হুছেইন মনচুৰী তেওঁ ঘৰত গৈ উপস্থিত হলোঁ বহুত ভাল লাগিল!!           fans Monjur Borloskor Hojai Has...
23/08/2026

মুম্বাইত হঠাত লগ পালোঁ হুছেইন মনচুৰী তেওঁ ঘৰত গৈ উপস্থিত হলোঁ বহুত ভাল লাগিল!!

fans Monjur Borloskor Hojai Hasib Hojai New BBN Live - moment of Life Arhan Mundhe

আজিহে যেন কথাটো আৰু স্পষ্টকৈ বুজা গ’ল—মৌলানা কলিম উদ্দিন চাহাব ৰাজনৈতিক হিংসা আৰু ষড়যন্ত্ৰৰ বলি হোৱা বুলি বহু কথাই আঙুল...
20/08/2026

আজিহে যেন কথাটো আৰু স্পষ্টকৈ বুজা গ’ল—মৌলানা কলিম উদ্দিন চাহাব ৰাজনৈতিক হিংসা আৰু ষড়যন্ত্ৰৰ বলি হোৱা বুলি বহু কথাই আঙুলিয়াই দিছে।
মৌলানা কলিম উদ্দিন চাহাবে অসম তথা বিশেষকৈ হোজাই জিলাৰ ৰাইজৰ বাবে বিভিন্ন সময়ত ভাল কাম কৰি আহিছে। কোনো দুখীয়া বা অসহায় মানুহ বিপদত পৰিলে তেওঁলোকৰ কাষত থিয় দি সাধ্য অনুসৰি সহায়-সহযোগিতা আৰু সাহায্য আগবঢ়াই আহিছে।
কিন্তু দুখৰ বিষয়, সমাজত এনে কিছুমান মানুহো আছে যিয়ে আনৰ ভাল কাম সহ্য কৰিব নোৱাৰে। নিজে সমাজৰ বাবে ভাল কাম কৰাৰ সামৰ্থ্য বা ইচ্ছা নাথাকিলেও, আন কোনোবাই দুখীয়া-দৰিদ্ৰৰ কাষত থিয় দিলে বা জনসেৱা কৰিলে তেওঁলোকৰ মনত হিংসা জন্মে।
আনৰ ভাল কাম দেখি জ্বলি-পুৰি মৰাতকৈ, নিজেও সমাজৰ বাবে ভাল কাম কৰিবলৈ আগবাঢ়ি অহাটোহে উচিত। ৰাজনীতি হওক বা সমাজসেৱা—মতভেদ থাকিব পাৰে, কিন্তু এজন মানুহৰ জনসেৱামূলক কামক হিংসা বা ষড়যন্ত্ৰৰ জৰিয়তে দমন কৰাৰ চেষ্টা কোনো কাৰণতে সমাজৰ বাবে মংগলজনক নহয় !!

fans Monjur Borloskor Hojai

20/08/2026

আল্লাই যেতিয়া দিয়ে

@top fansMonjur Borloskor HojaiNew Roster

হোজাই জিলাৰ জয়নগৰ মাদ্ৰাছাৰ 15 আগষ্টৰ দিনটো !!             fans Monjur Borloskor Hojai
16/08/2026

হোজাই জিলাৰ জয়নগৰ মাদ্ৰাছাৰ 15 আগষ্টৰ দিনটো !!

fans Monjur Borloskor Hojai

Happy independence day i love my india 💐🇳🇪   fans Monjur Borloskor Hojai
14/08/2026

Happy independence day i love my india 💐🇳🇪

fans Monjur Borloskor Hojai

14/08/2026

শুক্কুর আলী ফাস্ট অ্যান্ড লাস্ট ওয়ার্নিং !!

@top fansMonjur Borloskor HojaiNew Roster

12/08/2026

Address

Dabaka
782445

Website

Alerts

Be the first to know and let us send you an email when New Roster posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share