BBC Live

BBC Live BBC Live Digital News
(1)

30/05/2026

#পৰ্বতঝোৰাত ভয়ংকৰ পথ দুৰ্ঘটনা : পৰ্বতঝোৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুই যুৱকৰ।

30/05/2026

#বৰাইবাৰী গাওঁ পঞ্চায়তত MGNREGA আঁচনিৰ কামত ভয়ংকৰ অনিয়ম : MGNREGA আঁচনিৰ ৰাস্তা নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল অৰ্ধশতাধিক পুৰুষ মহিলা।

29/05/2026

#গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান : অভিযানত ড্ৰাগছসহ আটক এজন সৰ্বৰাহকাৰী।

27/05/2026

#বিধান সভাত UCC বিলৰ বিৰুদ্ধে বিধায়ক আশ্ৰাফুল ইছলামৰ তীব্ৰ প্ৰতিবাদ : UCC বিল সময় নষ্ট কৰাৰ বাহিৰে আন একো নতুনত্ব নাই বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

26/05/2026

#গৌৰীপুৰ বলধমাৰাত নতুন'কৈ উদ্বোধন কৰা হ'ল ইলেক্ট্ৰনিক ই-ৰিক্সাৰ শ্ব'ৰুম : ধুবুৰীত নিবনুৱা যুৱক যুৱতী সকলোৰ বাবে এটা ভাল খবৰ।

25/05/2026

ীয়া এগৰাকী মহিলাৰ লগত জুয়েলাৰীৰ দোকানী অমৰ ওৰফে বাবলুৰ প্ৰেম কাহিনীৰ ফোন ৰেকৰ্ডিং ভাইৰেল : জনমানসত ব্যাপক প্ৰতিক্ৰিয়া।

24/05/2026

#নায়েৰ আলগাৰ আণ্ডামাৰী গাৱৰ পৰা এগৰাকী মহিলা নিৰুদ্দেশ : মাক্ৰিঝোৰা অঞ্চলৰ ঝোৰাৰপাৰ গাৱৰ বাসিন্দা ছলেমান আলীৰ পত্নী, আণ্ডামাৰীস্থিত পিতৃ গৃহৰ পৰা নিৰুদ্দেশ হৈ আছে।

23/05/2026

#পৰ্বতঝোৰাৰ খোৰাঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান : অভিযানত দুই ড্ৰাগছ ব্যৱসায়ীক আটক : ব্ৰয়লাৰৰ দোকানৰ পৰা চলাই আহিছিল নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা।

22/05/2026

কুৰবানিক'লৈ বিস্ফোৰক মন্তব্য প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ : আলী আকবৰ মিঞাই অসম আৰক্ষীক কুৰবানি দিয়াৰ হুংকাৰ দিয়াৰ পিছত বিলাসীপাৰা আৰক্ষীয়ে আটক কৰে আলী আকবৰ মিঞাক।

কুৰবানীক'লৈ কটু মন্তব্য কৰাক লৈ প্ৰাক্তন বিধায়ক আলি আকবৰ মিঞাক আটক।
22/05/2026

কুৰবানীক'লৈ কটু মন্তব্য কৰাক লৈ প্ৰাক্তন বিধায়ক আলি আকবৰ মিঞাক আটক।

22/05/2026

#গোলকগঞ্জৰ শ্যাম বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এক,গুৰুতৰভাৱে আহত দুই।

Address

Gossaigaon
783349

Telephone

+919101502412

Website

Alerts

Be the first to know and let us send you an email when BBC Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share