Open Platform

Open Platform open Platform is a platform to bring up information, entertainment and various personalities...

14/08/2026

'সি মোক ব্যৱহাৰ কৰি এৰি থৈ গ'ল।' প্ৰেম প্ৰতাৰণাৰ বাবে ৰাজপথত এগৰাকী যুৱতীৰ হাহাকাৰ।

14/08/2026

ৰাষ্ট্ৰীয় ঘাইপথ চাফাই অভিযানত নামিল জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ মহন্ত। কদৰ্যময় পথ চাফাই কৰাত ব্যস্ত হৈ পৰে শিল্পীগৰাকী। দৃশ্য জাঁজীৰ।

14/08/2026

বানাক্ৰান্তৰ কাষত জনপ্ৰিয় কণ্ঠশিল্পী পাপন মহন্ত
শিৱসাগৰৰ বানাক্ৰান্তক সাহায্য আগবঢ়ালে পাপনে

14/08/2026

চৰাইদেউত বানপীড়িতৰ বাবে ২.২৫ কোটি টকাৰ পেকেজ মৌলানা মুস্তাক আনফৰৰ৷
চৰাইদেউত বানপীড়িত ৰাইজৰ কাষত উপস্থিত হৈ সৰ্ব ভাৰতীয় জমিয়ত উলেমা হিন্দৰ অসম ৰাজ্যিক সভাপতি মৌলানা মুস্তাক আনফৰে ২ কোটি ২৫ লাখ টকাৰ সাহায্য পেকেজ ঘোষণা কৰে।

#

13/08/2026

অসমীয়া ছবি জগতৰ বাবে ঐতিহাসিক ক্ষণ। ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমি বঁটা গ্ৰহণ জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাসক.

13/08/2026

⭕'কিছু ভুল বুজা বুজিৰ বাবে অসম-অৰুণাচল সীমান্ত উত্তপ্ত হ'ল'।
⭕'৯৫% সমাধান হৈছে অসম-অৰুণাচলৰ সীমান্তৰ বিবাদ'।
⭕'সীমা সমস‍্যা সমাধানৰ বাবে বিবদমান অঞ্চলত মই উপস্থিত হৈছিলো'।
⭕'কোনো কাৰণতে সম্প্ৰীতি বিনষ্ট হবলৈ আমি নিদিও'।
⭕অসম-অৰুণাচলৰ সীমা বিবাদক লৈ মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।

13/08/2026

চাকৰি এৰি আহিছোঁ, মইও পাগল মানুহ...আজি ৩০০ মহিলা লৈ আহিছোঁ...৩০০০০ হাজাৰ মহিলা লৈ যোৰহাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত বহি থাকিম-ড° জ্ঞানশ্ৰী বৰা// মৰিয়নী সম-জিলা কাৰ্য্যালয়ৰ সন্মুখত উত্তপ্ত প্ৰতিবাদ



13/08/2026

মৌলানা মোস্তাক আনফৰ চাহাবে উজনি অসমৰ বানাক্ৰান্ত ৰাইজক২ কোটি ২৫ লাখ টকাৰ দিয়া বান সাহায্যৰ বাবে জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই কি মন্তব্য আগবঢ়াইছে এবাৰ শুনি লওক।...

13/08/2026

শিৱসাগৰৰ বন্যাৰ্তৰ কাষত অংগৰাগ পাপন মহন্ত
বেদবাৰীৰ তামুলীপুখুৰীগাঁৱত বানসাহায্য বিতৰণ পাপনৰ

13/08/2026

থেলাছেমীয়া ৰোগত আক্ৰান্ত ৰঙিয়াৰ এটি দেৱশিশু....
বিগত চাৰি বছৰ ধৰি থেলাছেমীয়া ৰোগত আক্ৰান্ত হৈ আছে দূৰ্ভগীয়া এটি শিশু...
দি এই দূৰ্ভগীয়া শিশুটিক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেন্তে পিতৃৰ একাউণ্ট নম্বৰত আৰ্থিক ভাৱে সহায় আগবঢ়াব পাৰে। Union Bank of India ৰঙিয়া শাখা Account Holder Ekram Hussain 389802010080093
IFSC code Ubin 0538981
নাইবা যোগাযোগ কৰিব পাৰে 9365327159 নম্বৰত।

Address

Ulubari, South Sarania
Guwahati
781007

Telephone

+18486288739

Website

Alerts

Be the first to know and let us send you an email when Open Platform posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Open Platform:

Shortcuts

Share