11/08/2026
⛔পঞ্চায়তৰ কাম-কাজক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
📌ইণ্টাৰলকিং পেভাৰ ব্লকৰ ৰাস্তা নিৰ্মাণ কৰিব পাৰিব পঞ্চায়তে
📌জীম আৰু মহিলাৰ বিশেষ বজাৰ নিৰ্মাণৰ অনুমতি দিব পাৰিব
📌পঞ্চায়তৰ এলেকাত শ্মশান নিৰ্মাণৰো অধিকাৰ প্ৰদান পঞ্চায়তক
📌অন্যান্য আঁচনিৰ বাবে জিলা আয়ুক্তৰ সন্মতি বাধ্যতামূলক