BTime

BTime বিভিন্ন বা-বাতৰি আৰু বিজ্ঞাপনৰ বাবে 7002795232 নম্বৰত যোগাযোগ কৰক। Information will be served without any interference.

05/09/2026

ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত বিজনীত আটক তিনি প্ৰবঞ্চককাৰী।

📌মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত বিজনীত আটক তিনি প্ৰবঞ্চককাৰী।📌ধৃত প্ৰৱঞ্চক তিনিটা ক্ৰমে বি...
05/09/2026

📌মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত বিজনীত আটক তিনি প্ৰবঞ্চককাৰী।

📌ধৃত প্ৰৱঞ্চক তিনিটা ক্ৰমে বিজনীৰ দংশিয়াপাৰাৰ আব্দুল হাই নাগৰী, বাঘমাৰাৰ নবিৰ হুছেইন আৰু বঙাইগাঁও জিলাৰ ভাণ্ডাৰাৰ মজমুল হক।

04/09/2026

📌এইজন লম্পটৰ পৰা সাৱধান !

📌ভালকৈ মনত ৰাখক এইজন ভণ্ডৰ মুখ !

📌গোপন ভিডিও ধাৰণ কৰি শ্বেয়াৰ কৰে সামাজিক মাধ্যমত।

03/09/2026

ৰাষ্ট্ৰীয় বজৰংগ দলৰ চিৰাং জিলাৰ বিজনী মহকুমা আঞ্চলিক সমিতিৰ সভাপতি চিৰঞ্জিৎ আৰ্য্যৰ পদত্যাগ।

31/08/2026

🔶বিজনীত অসহায় পৰিয়ালৰ পৰা বলপূৰ্বকভাৱে মাটি দখলত নামিলে ৰাষ্ট্ৰীয় বজৰং দল।

30/08/2026

📌আমছুৰ সভাপতি তথা গৰীয়া জাতিৰ অন‍্যতম কন্ঠ ইমতিয়াজ হুছেইনক বাংলাদেশী কোৱাৰ পাছতেই শৃংখল চলিহাৰ প্ৰতি তীব্ৰ বাক্যবাণ বাবুল আলি হাজৰিকাৰ।

📌BTC ৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীৰ ৰহস্যজনক মৃত্যু।
26/08/2026

📌BTC ৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীৰ ৰহস্যজনক মৃত্যু।

23/08/2026

বিজনীৰ শিয়ালমাৰীত ব্যৱসায়ীক অতৰ্কিতে আক্ৰমণ বন্দুকধাৰী ব্যক্তিৰ।

বিজনীত আমছুৰ শৈক্ষিক সজাগতা সভা।
23/08/2026

বিজনীত আমছুৰ শৈক্ষিক সজাগতা সভা।

📌ব্ৰজগোপাল সৰকাৰক সদৌ বি,টি,চি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ।📌পূৰ্বে কা...
22/08/2026

📌ব্ৰজগোপাল সৰকাৰক সদৌ বি,টি,চি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ।

📌পূৰ্বে কাৰ্যকৰী সভাপতি আছিল ব্ৰজগোপাল সৰকাৰ।

Address

Bijni Road
Bijni
783390

Telephone

+917002795232

Website

Alerts

Be the first to know and let us send you an email when BTime posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BTime:

Shortcuts

Share