DNA ASSAM

DNA ASSAM আপুনি বিচৰা প্ৰতিটো খবৰৰ শুদ্ধতাৰ প্ৰতিশ্ৰুতিৰে. . .
(3)

বাংলাদেশলৈ গৰু সৰবৰাহৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ বাৱে হাটশিঙিমাৰীৰ সাংবাদিকক আক্ৰমন কৰি আৰক্ষীৰ জালত মুচ্ছাদ্দুৰ আকণ
11/12/2025

বাংলাদেশলৈ গৰু সৰবৰাহৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ বাৱে হাটশিঙিমাৰীৰ সাংবাদিকক আক্ৰমন কৰি আৰক্ষীৰ জালত মুচ্ছাদ্দুৰ আকণ

09/12/2025

হাটশিঙিমাৰীত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধিনত হিতাধীকাৰীক গৃহ অনুমোদন পত্ৰ প্ৰদান কাৰ্যসূচি

06/12/2025

✅চৰকাৰ জনপ্ৰতিনিধিৰ প্ৰতি আস্তা হেৰুৱাই হাটশিঙিমাৰী ৰাইজৰ বৃহৎ সিদ্ধান্ত
✅চৰকাৰ জনপ্ৰতিনিধিৰ টকাৰে নহয় ৰাইজে নিজৰ গাঠিৰ ধনেৰে কৰিব ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ

04/12/2025

দক্ষিণ শালমাৰা মানকাচৰ জিলাত ৮টা বিভাগৰ কাম কাজৰ বুজ ললে DSC ৰ বিধায়কৰ এটা সজাতী দলে

মানকাচৰৰ ভাৰত বাংলা সীমান্তত BSF ৰ অভিযানত জব্দ ১৭ টা চোৰাং গৰু-ম'হ- আটক দুজন।
28/11/2025

মানকাচৰৰ ভাৰত বাংলা সীমান্তত BSF ৰ অভিযানত জব্দ ১৭ টা চোৰাং গৰু-ম'হ- আটক দুজন।

21/11/2025

হাটশিঙিমাৰীত জিলা চিকিৎসালয়ৰ কাষয়ে মৰ্গৰ লগতে মৰণোত্তৰ পৰীক্ষা কক্ষৰ শুভ উদ্ধোধন মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ

18/11/2025

হাটশিঙিমাৰীৰ হাজী মুছাফিৰ খানাত হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে ৰক্তদান শিৱিৰ

16/11/2025

জুবিন গাৰ্গৰ শেষ ছবি ৰৈ ৰৈ বিনালেৰ অভিনেত্ৰী মৌছুমী আলিফাই কি কলে জুবিন গাৰ্গৰ বিষয়ে?

14/11/2025

হাটশিঙিমাৰী ELEGANT ENGLISH ACADEMY ত শিশু দিৱস পালন

12/11/2025

ভুৱা শিক্ষাগত অৰ্হতাৰ অভিযোগৰ ভিত্তিত ফুলেৰচৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আব্দুল মুন্নাফ শেখৰ সংবাদমেল।

10/11/2025

আব্দুল মোন্নাফ শেখৰ বিৰুদ্ধে আব্দুছ ছালাম শ্বাহৰ সংবাদমেদ মেল।

10/11/2025

হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত ৰেচন কাৰ্ড থকা হিতাধীকাৰী সকলোক নতুন ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ বিতৰন

Address

Opposite SBI ATM Hatsingimari
Mankachar
783135

Alerts

Be the first to know and let us send you an email when DNA ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DNA ASSAM:

Share