AssamFlash

AssamFlash AssamFlash is an exclusive digital media and is dedicated to helping people understand the World

01/10/2025

➡️সকলো ধৰ্মৰ লোকে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধত ৰাইজৰ সেৱা কৰিলে..
➡️জুবিন ফেন ক্লাবে হেৰুৱালে তেওঁলোকৰ অভিভাৱক..
➡️শিখ ধৰ্মাৱলম্বী লোকে জুবিন দাৰ বাবে প্ৰাৰ্থনা কৰিলে..
➡️জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিলে লক্ষাধিক গুণমুগ্ধই..
➡️সকলোৱে কান্দি কান্দি জুবিন গাৰ্গৰ চিতাভষ্মত প্ৰাৰ্থনা জনালে..

30/09/2025

➡️সৰু কাম কৰা সৰু মানুহবোৰক বেছি গুৰুত্ব দিছিল জুবিন গাৰ্গে..
➡️জুবিন দাৰ প্ৰিয় থলুৱা কৰ্মীসকলে প্ৰস্তুত কৰিলে আদ্যশ্ৰাদ্ধৰ মঞ্চ..
➡️জুবিন গাৰ্গৰ চিতাভষ্ম আহি পালেহি যোৰহাট..
➡️সকলো জাতি- ধৰ্ম - বৰ্ণ একত্ৰিত হ'ব একেখন ঠাইত..
➡️যোৰহাটত জুবিন দাৰ আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতিৰ শেষ পৰ্যায়..
➡️আপুনিও অংশীদাৰ হওঁক এই মহেন্দ্ৰ সন্ধিক্ষণৰ..

20/09/2025

📌মানুহৰ দ্বাৰা ব্যৱহাৰ হৈয়ো মানুহৰ বাবে মৰি মৰি জীয়াই আছিল জুবিন গাৰ্গ..
📌৪০ টা ভাষাত ৩৯ হাজাৰ গীত গাই অসমীয়াৰ পৰিচয় বিশ্বত দাঙি ধৰিলে..
📌অসম আৰু অসমীয়াই কোনোদিনেই তেওঁক প্ৰাপ্য সন্মান বা স্বীকৃতি নিদিলে..
📌৫০ বছৰ বয়সত বাকী ৫০ বছৰৰ পৰিকল্পনা কৰি ৫২ বছৰতে গুচি গ'ল তেওঁ..
📌প্ৰতিজন অসমীয়াৰ বুকু উদং কৰি জুবিন গাৰ্গ জোনবাই দেশলৈ গ'ল..
📌 আছাম ফ্লাচ নেচনেলৰ তৰফৰ পৰা অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি..

15/09/2025

📌চিলাই মেচিনৰ শব্দত সৃষ্টি স্বাৱলম্বনৰ সংগীত..
📌 শূণ্যৰ পৰা আৰম্ভণি ৰূপাৰ সংগ্ৰামৰ কাহিনী..
📌অগ্নিৰ লেলিহানত জাহ নগ'ল ৰূপাৰ অদম্য শক্তি..
📌দেউৰী অঞ্চলৰ পৰা চহৰলৈ বাটকুৰি বাই আহে ৰূপা দেউৰী..
📌দেউৰী জনগোষ্ঠীৰ খিলখিলিয়া হাঁহি ভাহি অহা- "ৰূপা টেইলৰিং"..
📌বহুতো নাৰীৰ বিৰল অনুপ্ৰেৰণা আৰু সাহসৰ প্ৰতীক ৰূপা দেউৰী..

12/09/2025

📌দুৰ্ভাগ্যজনক ঘটনাৰ পাছতো সাহসী কলম..
📌৫০ খনৰো অধিক মূল্যৱান গ্ৰন্থৰে সাহিত্য জগতত খলকনি..
📌একমাত্ৰ পুত্ৰক হেৰুৱাই কলমটোক লৈ জী উঠা এগৰাকী মাতৃ..
📌শিশুৰ কোমল হৃদয়ত সপোন সিঁচা তেওঁ সাহিত্যসেৱী
📌সাহিত্যৰ লগতে সামাজিক ক্ষেত্ৰতো জলন্ত উপস্থিতি..
📌বিশিষ্ট কবি,সাহিত্যিক, গল্পকাৰ,উপন্যাসিক,লেখিকা নীলিমা শৰ্মা..

10/09/2025

📌অসমক আটাইতকৈ ভালপোৱা অৰুণাচলীজন..
📌জাতীয় চেতনাৰে উদ্বুদ্ধ এজন জনজাতীয় ব্যক্তি..
📌ভূপেন হাজৰিকাৰ সৈতে পাহাৰ - ভৈয়ামৰ গীত গাইছিল..
📌নিছি জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ বাবে নৱজাগৰণ সৃষ্টি কৰিছে..
📌বহুতো আপুৰুগীয়া সম্পদ সংৰক্ষণ কৰিছে..
📌অসম- অৰুণাচল প্ৰদেশৰ সমন্বয়ৰ বাৰ্তাবাহক তাও লিলিৰ বিশেষ প্ৰতিবেদন..

08/09/2025

📌 ভূপেন হাজৰিকাৰ সৈতে শৰাইঘাটলৈ যোৱা জয়ন্ত নাথৰ কথাৰে..
📌দুয়োটা বৃক্ক সংৰোপন কৰি আজিও দৌৰি আছে সংস্কৃতিৰ ক্ষেত্ৰত..
📌ৰাইজেই দিছিল জয়ন্ত নাথক এটা নতুন জীৱন..
📌সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৈতে আছে বহুতো স্মৃতি..
📌বলিউডৰ বহুকেইজন জনপ্ৰিয় গায়কৰ সৈতে অসমীয়া গীত পৰিচালনা কৰিছে তেওঁ..
📌অসমৰ সংস্কৃতিৰ ক্ষেত্ৰৰ মাণিক জয়ন্ত নাথ..

06/09/2025

📌বিদেশী খাদ্যৰ জুতি লʼবলৈ দেশী গ্ৰাহকৰ ভীৰ..
📌ক্ৰেভী পাপাত এতিয়া নতুন খাদ্য সম্ভাৰৰ উভৈনদী..
📌চাইনিজ,টাইৱান, কোৰিয়ানৰ বিবিধ খাদ্য খাদ্যৰসিকৰ বাবে..
📌যোৰহাট বৰুৱা চাৰিআলিৰ "ৱেষ্ট চাইদৰ" সন্মুখত ক্ৰেভী পাপা..
📌বহুতো যুৱক-যুৱতীৰ কৰ্ম সংস্থাপনৰ কেন্দ্ৰ এইখন খাদ্য বিপনী..
📌দূৰ দূৰণিৰ পৰা বাও, কোৰিয়ান আইচক্ৰীম বিচাৰি গ্ৰাহকৰ ভীৰ..

04/09/2025

📌মহাবিদ্যালয়খন সলনি হ'ল কিন্তু শিক্ষকজন নহ'ল..
📌জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ বিশেষ শিক্ষকজন..
📌সাধাৰণ চাইকেল লৈ ফুৰা অসাধাৰণ ব্যক্তিত্বৰ শিক্ষকজন..
📌২৫ বছৰে ব্যতিক্ৰমী জীৱনশৈলীৰে উজ্জীৱিত..
📌 জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ মুৰব্বী অধ্যাপক তেওঁ..
📌ড° প্ৰণৱ বৰুৱা বহুতো শিক্ষাৰ্থীৰ আদৰ্শৰ নিদৰ্শন..

03/09/2025

📌৩৬৫ দিনেই সমাজৰ বাবে খুলি ৰখা এখন বিশেষ বিপনী..
📌৩০ বছৰে সমাজসেৱাত ব্ৰতী আছে এই বিপনী..
📌দূৰ দূৰণিৰ পৰা গ্ৰাহকে ভীৰ কৰে প্ৰয়োজনীয় বস্ত বিচাৰি..
📌বিয়া, সকাম, পূজা, মৃতকৰ শ্ৰাদ্ধ, মৃতকৰ সৎকাৰৰ সামগ্ৰী উপলব্ধ..
📌গাঁৱৰ থলুৱা বেপাৰীসকলক এখন বজাৰ দিছে বালাজীয়ে..
📌ৰাইজৰ আস্থাৰ কেন্দ্ৰ- "বালাজী হেণ্ড ক্ৰাফট"..

Address

Tarajan, AT Road
Jorhat
785001

Opening Hours

Monday 9am - 6pm

Telephone

+919126200640

Website

Alerts

Be the first to know and let us send you an email when AssamFlash posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AssamFlash:

Share