Howly Live

Howly Live news

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ বিশেষ প'ষ্ট...
16/10/2025

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ বিশেষ প'ষ্ট...

15/10/2025

বাক্সা জেলৰ সন্মুখত আজি এনেদৰে দেখা গ'ল।

12/10/2025

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বাবে

11/10/2025

বৰবাৰিঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰি কাণ্ড
চুৰে নললে জিৰণি
ক্ৰমাগত ভাৱে দুটা দিনত চলালে লুটপাত
゚viralシfypシ゚viralシalシ

11/10/2025

ভৱানীপুৰত গৰুৰ বেপাৰীৰ পৰা সংগঠনৰ নামত ধনদাবীৰ অভিযোগ ।
ৰাইজে চাৰিজনক আটক কৰি গতাই দিলে ভৱানীপুৰ আৰক্ষীক

11/10/2025

জুবিন গাৰ্গৰ সমাধিস্থলত মানুহৰ ভীৰ।

10/10/2025

📌ভৱানীপুৰত গৰুৰ বেপাৰীৰ পৰা বজৰং দলৰ নামত ধনদাবী,
📌চাৰিজনক আটক কৰি ৰাইজে গতাই দিলে ভৱানীপুৰ আৰক্ষীক

10/10/2025

অসীম দাসৰ "ইতিহাস সমৃদ্ধ হালাপাকুৰী গাঁও" শীৰ্ষক গ্ৰন্থ উন্মোচন

06/10/2025

মৈৰামাৰা নমাটী সত্ৰৰ ৯৬ সংখ্যক শ্ৰী শ্ৰী লক্ষীপূজাৰ দেৱী আনয়নৰ সময়ত মৈৰামাৰা বাসী ৰাইজক এনেদৰে দেখা গ'ল।

05/10/2025

৩২ নং মৈৰামাৰা গাঁও পঞ্চায়তৰ ১ নং খণ্ডত বাল্য বিবাহ আৰু চৰকাৰী আঁচনিৰ ওপৰত সজাগতা সভা সম্পন্নঃ

04/10/2025

হাউলীত ড্ৰাগছ সৰবৰাহকাৰী আটক ৰাইজৰ:


বৰপেটা জিলাৰ অন্তৰ্গত হাউলী মৈৰামাৰা আদম বজাৰত স্থানীয় ৰাইজৰ বিশেষ তৎপৰতাত আজি দিনৰ ১১ বজাত এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ১০ টাকৈ প্লাষ্টিক কন্টেইনাৰ ভৰ্তি ড্ৰাগছ উদ্ধাৰ কৰে। ড্ৰাগছ সৰবৰাহকাৰী জন হাতীজানা গাঁৱৰ ওমৰ আলী বুলি জানিব পৰা গৈছে। ৰাইজৰ হাতত কৰায়ত্ব হোৱা ড্ৰাগছ মাফিয়াজনক ইতিমধ্যে হাউলী আৰক্ষীক চমজাই দিয়া হৈছে।

02/10/2025

মুখ্য নিৰ্বাচনী কাৰ্যলয় হতাপাৰাত বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ সংবাদিক সকলৰ সন্মুখত এনেদৰে কয় ।

Address

Howly
Barpeta
781316

Alerts

Be the first to know and let us send you an email when Howly Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share