Howly Now

Howly Now সঠিক তথ্য, সঠিক সময়ত

11/09/2026

হাউলীত বেংক কৰ্মচাৰীৰ ধৰ্মঘট।

সপ্তাহত পাচদিনৰ কৰ্মদিন বিচাৰি প্ৰতিবাদত নামিল বেংক কৰ্মচাৰীয়ে।

হাউলীত ষ্টেট বেংক অফ ইণ্ডিয়াৰ সন্মুখত সমবেত হল জিলা খনৰ শতাধিক বেংক কৰ্মচাৰী।

📌গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণৰ ঘটনা। 📌বিৰুবাৰীৰ পৰা অপহৰণ ভাস্কৰ মেধী নামৰ এজন ব্যৱসায়ীক।📌নাগালেণ্ডৰ পঞ্জীয়ন...
11/09/2026

📌গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণৰ ঘটনা।
📌বিৰুবাৰীৰ পৰা অপহৰণ ভাস্কৰ মেধী নামৰ এজন ব্যৱসায়ীক।
📌নাগালেণ্ডৰ পঞ্জীয়নভুক্ত এখন স্কৰপিঅ' বাহনত ওঠাই নিছিল ব্যৱসায়ীজনক।
📌মুক্তিপনৰ নামত ভাস্কৰ মেধীৰ পৰিয়াক দাবী কৰিছিল ২ লাখ টকা।
📌বিৰুবাৰী আৰক্ষীয়ে চাংসাৰিৰ এক গোপন স্থানৰ পৰা উদ্ধাৰ কৰে ব্যৱসায়ী গৰাকীক।
📌লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অপহৰণকাৰী ইফটিকাৰ হুছেইন আৰু চাহাব আলীক।
📌অপহৰণত ব্যৱহাৰ কৰা বাহনখন আৰু ম'বাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

📌এছিয়ান কাৰাটেৰ ৰেফাৰী পৰীক্ষাত উজ্বলিল বৰপেটাৰ সন্তান হাচমত আলী
10/09/2026

📌এছিয়ান কাৰাটেৰ ৰেফাৰী পৰীক্ষাত উজ্বলিল বৰপেটাৰ সন্তান হাচমত আলী

চিনি পাইছেনে তেখেতক ?২০১৯ চনৰ ৮ চেপ্তেম্বৰত গুৱাহাটীৰ PVR ত চিৰিত বহি নিজে বনোৱা চিনেমা ‘কাঞ্চনজংঘা’ চাই আছে ঈশ্বৰপুত্ৰই...
10/09/2026

চিনি পাইছেনে তেখেতক ?
২০১৯ চনৰ ৮ চেপ্তেম্বৰত গুৱাহাটীৰ PVR ত চিৰিত বহি নিজে বনোৱা চিনেমা ‘কাঞ্চনজংঘা’ চাই আছে ঈশ্বৰপুত্ৰই ..

নিশা হাউলীত নিষিদ্ধ সামগ্ৰীসহ আটক টাটা শ্বৰুমত কাম কৰা যুৱক।হাউলীৰ ইটাৰভিটাৰ ৰাষ্টীয়ঘাইপথৰ পৰা অভিযান চলাই এগৰাকী যুৱকৰ...
09/09/2026

নিশা হাউলীত নিষিদ্ধ সামগ্ৰীসহ আটক টাটা শ্বৰুমত কাম কৰা যুৱক।

হাউলীৰ ইটাৰভিটাৰ ৰাষ্টীয়ঘাইপথৰ পৰা অভিযান চলাই এগৰাকী যুৱকৰ বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বৃহত পৰিমানৰ য়াবা টেবলেট।

য়াবা টেবলেটসহ আৰক্ষীয়ে আটক কৰা যুৱক গৰাকী হাউলীৰ বৰবালা গাঁৱৰ আছাদুল হক।

আৰক্ষীয়ে যুৱক গৰাকীৰ AS 01DH 1583 নম্বৰৰ চাৰিচকীয়া বাহনৰ পৰা ২ হাজাৰটা য়াবা টেবলেট জব্দ কৰে।

বিজেপিত যোগদান প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ
08/09/2026

বিজেপিত যোগদান প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

হাতীগাঁও হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
08/09/2026

হাতীগাঁও হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

নগাঁও উপ নিৰ্বাচনৰ বাবেতৃণমূল কংগ্ৰেছে ঘোষণা কৰিলে প্রাথীধিং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষআব্দুল ছালামতৃণমূল কংগ্ৰেছৰ ...
08/09/2026

নগাঁও উপ নিৰ্বাচনৰ বাবে

তৃণমূল কংগ্ৰেছে ঘোষণা কৰিলে প্রাথী

ধিং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ

আব্দুল ছালাম

তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী

08/09/2026

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

Address

Howly Town
Barpeta
781316

Website

Alerts

Be the first to know and let us send you an email when Howly Now posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Howly Now:

Shortcuts

Share