07/11/2025
অভয়াপুৰী আৰক্ষীয়ে অ-প-হৃত এগৰাকী নাবালিকা ছাত্ৰীক বহি:ৰাজ্যত উ-দ্ধাৰ কৰে।
৩ নৱেম্বৰত ইছলাম ধৰ্মাৱলম্বী এগৰাকী যুৱকে বঙাইগাঁও জিলাৰ বইটামাৰীত বিদ্যালয় লৈ গৈ থকা অৱস্থাত কোচ-ৰাজবংশী জনগোষ্ঠীৰ এগৰাকী নাবালিকা ছাত্ৰীক অ-পহ-ৰন কৰি চুবুৰীয়া ৰাজ্য পশ্চিম বংগলৈ লৈ যায়।