PRIME ASSAM digital

PRIME ASSAM digital প্ৰাইম Assam Digital, নিৰ্ভীক নিৰপেক্ষ কেৱল ৰাইজৰ পক্ষত..
(2)

06/09/2026

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি ঠগ, প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ পাঁচ গৰাকী ঠগ প্ৰৱঞ্চক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

06/09/2026

টীয়কৰ ৬২২ নং বৰমইনাপৰীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অমৃত শৰ্মা লৈ জিলা কৃতি শিক্ষক সন্মান......

06/09/2026

ভেৰগাঁওৰ ডিমাকুছি চাহ বাগানত শ্ৰমিকসকল আজি হতাশাগ্ৰস্ত...চিকিৎসা লাভৰ বাবে উপযুক্ত ব্যৱস্থা নাই? ভুক্তভোগী শ্ৰমিকৰ মৰ্ম বেদনা বুজিব কোনে?....

06/09/2026

শিৱদ’ল প্ৰাংগণত ৰুদ্ৰ যজ্ঞ আৰু নাম-প্ৰসংগৰ সন্দৰ্ভত সংবাদমেল সম্বোধন....অহা ৭, ৮ আৰু ৯ ছেপ্টেম্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৰুদ্ৰ যজ্ঞ আৰু নাম-প্ৰসংগ......

05/09/2026

জখলাবন্ধাত সন্দেহযুক্ত ড্ৰাগছসহ আটক দুজন। আটক লংকাৰ মুজামিল হুছেইন আৰু লাডেন ওঝা।

05/09/2026

শিৱসাগৰ বেতবাৰী দিচাং মাজগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নলাত আৰু এটা মৃতদেহ উদ্ধাৰ....অভয় হাজৰিকাৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা ৫-৬ মিটাৰ দূৰত্বত একেটা নলাতে উদ্ধাৰ আন এজন যুৱকৰ মৃতদেহ....

05/09/2026

যোৰহাটত মহিন্দ্ৰা ডীলাৰত বৃহৎ বাহন প্ৰৱঞ্চনাৰ কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ। গুৱাহাটীৰ পৰা কুখ্যাত গাড়ীচোৰ অভিজিৎ বৰা গ্ৰেপ্তাৰ। যোৰহাট ভোগদৈ আৰক্ষীৰ অভিযানত জালত পৰিল অভিযুক্ত। গ্ৰাহকৰ অজ্ঞাতে নথিপত্ৰ ব্যৱহাৰ কৰি বেংকৰ পৰা ঋণ মঞ্জুৰ। ডীলাৰৰ পৰা নতুন বাহন লৈ উধাও হৈছিল অভিযুক্ত। গোলাঘাট আৰু মৰিগাঁও থানাতো ৰুজু হৈ আছে গোচৰ। BNSৰ একাধিক ধাৰাত পঞ্জীয়ন গোচৰ।

05/09/2026

টীয়ক আৰক্ষীৰ জালত প্ৰবঞ্চক সুমাৰ জ্যোতি গগৈ....চেলেংহাট লেফেৰা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে সুমাৰক..... কৃষি বিভাগৰ জড়িয়তে টেক্টৰ দিয়াৰ নামত লাখ লাখ টকা সৰকাইছিল এই দালালে....

05/09/2026

কলিয়াপানী জ্যোতি প্ৰতাপ জ্ঞান মাৰ্গ বিদ্যালয়ৰ উদ্যোগত শিক্ষক দিৱস উদযাপন....

05/09/2026

যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ত শিক্ষক দিৱস পালন। যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়তো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় পবিত্ৰ শিক্ষক দিৱস।

Address

New Vill Road
Jorhat
785001

Alerts

Be the first to know and let us send you an email when PRIME ASSAM digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to PRIME ASSAM digital:

Shortcuts

Share