Digital Times Axom

Digital Times Axom শুদ্ধ আৰু নিৰ্ভৰযোগ্য বাতৰিৰ বাবে Digital Times পেজটো Follow কৰি ল'ব
(3)

এফালে জাতীয়তাবাদৰ কথা কম, আনফালে বদৰুদ্দিন আজমলৰ লগত মিলামিচা কৰিমদুয়োটা বস্তু একেলগে নহয়জাতিৰ পক্ষত থাকিব লগা হ'লে বদ...
15/08/2026

এফালে জাতীয়তাবাদৰ কথা কম, আনফালে বদৰুদ্দিন আজমলৰ লগত মিলামিচা কৰিম

দুয়োটা বস্তু একেলগে নহয়

জাতিৰ পক্ষত থাকিব লগা হ'লে বদৰুদ্দিন আজমলৰ লগত নহ'ব

মন্ত্রী বিমল বৰা





15/08/2026

মহানগৰীৰ জ্যোতিকুচিৰ NANCY ফেক্টৰীৰ আইচ ক্ৰীম...

গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পাবলৈ বহুতে আইচ ক্রীম খায়। কিন্তু আইচ ক্রীম বনোৱা দেখিলে আপুনি হয়তো এয়া খোৱাই বন্ধ কৰিব। গুৱাহাটী মহানগৰীৰ জ্যোতিকুচিৰ NANCY নামৰ এটা আইচ ক্রীম ফেক্টৰীত আইচ ক্রীম বনোৱা দেখিলে আপোনালোকে Ice cream খোৱা বন্ধ কৰিব৷





পৰকীয়া প্ৰেম কৰিলেই বিপদত পৰিব চৰকাৰী কৰ্মচাৰীবিবাহ বিচ্ছেদৰ পিছত প্রথমা পত্নীয়ে লাভকৰিব স্বামীৰ দৰমহাৰ ২০শতাংশমুখ্যমন...
15/08/2026

পৰকীয়া প্ৰেম কৰিলেই বিপদত পৰিব চৰকাৰী কৰ্মচাৰী

বিবাহ বিচ্ছেদৰ পিছত প্রথমা পত্নীয়ে লাভকৰিব স্বামীৰ দৰমহাৰ ২০শতাংশ

মুখ্যমন্ত্ৰীৰ ঘোষণা





"মই মুখ্যমন্ত্রীক ভাবুকি দিয়া নাই''মোৰ ফটো ব্যৱহাৰৰ কৰি দুষ্টলোকে এই কাম কৰিছে'মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া বুলি চর্...
15/08/2026

"মই মুখ্যমন্ত্রীক ভাবুকি দিয়া নাই'

'মোৰ ফটো ব্যৱহাৰৰ কৰি দুষ্টলোকে এই কাম কৰিছে'

মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া বুলি চর্চাত থকা আব্দুল মতলেবৰ স্পষ্টীকৰণ





15/08/2026

বদৰুদ্দিন আজমলে কিয় AIUDF দল গঠন কৰিছিল অনাগত ভৱিষ্যত প্ৰজন্মই মনত ৰখা ভাল, আজমলক তীব্র সমালোচনা মন্ত্রী বিমল বৰাৰ





'২০৪৭ৰ ভিতৰত বিকশিত ভাৰত নির্মাণ হ'ব'আমাৰ সংকল্প আৰু সপোেন আটাইতকৈ ডাঙৰ : নৰেন্দ্ৰ মোদী
15/08/2026

'২০৪৭ৰ ভিতৰত বিকশিত ভাৰত নির্মাণ হ'ব'

আমাৰ সংকল্প আৰু সপোেন আটাইতকৈ ডাঙৰ : নৰেন্দ্ৰ মোদী




মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক প্ৰাণে মৰাৰ ভাবুকি মুখ্যমন্ত্ৰীৰ ফেচবুক পেজৰ লাইভত আব্দুল মুতালেব নামৰ একাউণ্টৰ পৰা হত্...
15/08/2026

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক প্ৰাণে মৰাৰ ভাবুকি মুখ্যমন্ত্ৰীৰ ফেচবুক পেজৰ লাইভত আব্দুল মুতালেব নামৰ একাউণ্টৰ পৰা হত্যাৰ ভাবুকি

১ কোটি টকা ছুপাৰী দিলে মুখ্যমন্ত্ৰীক হত্যাৰ ঘোষণা

লগতে দিলে দেশ বিৰোধী শ্লোগান





14/08/2026

ময়ূৰ বৰগোহাঁইয়ে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছে। যদি তেওঁ কয়লা, শিল খননৰ লগত জড়িত নহয়, তেন্তে দীঘলীতা লিষ্টখন ৰাজহুৱা কৰক": ৰিতুমণি হাজৰিকা, কৃষকমুক্তি সংগ্রাম সমিতি।




মোক চাগে তেওঁলোকে এজন সৰু শিল্পী বুলি ভাবি আমন্ত্ৰণ কৰা নাইপশ্চিম বংগ চৰকাৰে 'কলকাতা চলচ্চিত্র উৎসৱলৈ' আমন্ত্ৰণ নজনোৱাক ...
14/08/2026

মোক চাগে তেওঁলোকে এজন সৰু শিল্পী বুলি ভাবি আমন্ত্ৰণ কৰা নাই

পশ্চিম বংগ চৰকাৰে 'কলকাতা চলচ্চিত্র উৎসৱলৈ' আমন্ত্ৰণ নজনোৱাক লৈ মিথুন চক্ৰৱৰ্তীৰ ক্ষোভ





Address

Journelist Colony Lakhimi Nagar Guwahati
Dispur
781038

Alerts

Be the first to know and let us send you an email when Digital Times Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share